Heroin seized : খটখটীত দুটা অভিযান আৰক্ষীৰ, বুজন পৰিমাণৰ হেৰʼইন জব্দ, দুই মহিলাসহ তিনি সৰবৰাহকাৰী আটক
অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটী (Khatkhati)ত আজি আৰক্ষীয়ে দুই পৃথক অভিযান (Two separate missions) চলাই বুজন পৰিমাণৰ হেৰʼইনসহ জব্দ (Huge amount of ...







