লাহৰিজানত ভয়ঙ্কৰ অগ্নিকাণ্ড, নিমিষতে জ্বলি ছাৰখাৰ হ’ল মাছ বজাৰ, কেইবালক্ষ্যাধিক টকাৰ সম্পত্তি জ্বলি ভস্মীভূত
বুধবাৰে নিশা প্ৰায় ৯ বাজি ৩০ মিনিটত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত সংঘটিত হয় এক ভয়ঙ্কৰ অগ্নিকাণ্ড ৷ লাহৰিজানত ভয়ঙ্কৰ অগ্নিকাণ্ড: প্ৰাপ্ত ...







