Lawer suicided । পুত্ৰ-কন্যাৰ সৈতে আত্মহত্যাৰ চেষ্টা অধিবক্তাৰ, এজনৰ মৃতদেহ উদ্ধাৰ, দুজনৰ অৱস্থা সংকটজনক
ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ এগৰাকী মহিলা অধিবক্তাই পুত্ৰ-কন্যাৰ সৈতে আত্মহত্যাৰ চেষ্টা (Lawyer Suicide) চলায়। এই ঘটনাত পুত্ৰৰ মৃত্যু হয় যদিও সংকটজনক ...








