Maharashtra new CM : মুখ্যমন্ত্ৰী কোন হ’ব সিদ্ধান্ত ল’ব বিজেপিয়ে, একনাথ শিন্দেৰ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদৰ (Chief Minister of Maharashtra) সন্দৰ্ভত সিদ্ধান্ত ল’ব বিজেপিয়ে (BJP to decide)। একনাথ শিণ্ডেয়ে এই কথা অৱগত কৰে। ...








