Bagurumba Dance Programme । ১৭ জানুৱাৰীত প্ৰায় ১০ হাজাৰ শিল্পীয়ে সৰুসজাইত প্ৰদৰ্শন কৰিব বাগৰুম্বা, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী
অহা ১৭ জানুৱাৰীত অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এক বিশাল বাগৰুম্বা নৃ্ত্যৰ (Bagurumba Dance) অনুষ্ঠান। অসম চৰকাৰৰ ...








