Kejriwal bail plea : সোমবাৰে উচ্চতম ন্যায়ালয়ত কেজৰিৱালৰ জামিন আবেদনৰ শুনানি, মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা
সোমবাৰে (Monday) বকাৰী গোচৰত অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal case) আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে (Hearing of Supreme Court)। দিল্লীৰ ...







