World Economic Forum I অসমৰ মুখ্যমন্ত্ৰীলৈ আন এক বিশেষ সন্মান, প্ৰথম অসমীয়া হিচাপে বিশ্ব অৰ্থনৈতিক ফ’ৰামত অংশগ্ৰহণ
আন্তৰ্জাতিক পর্যায়ৰ এক অৰ্থনৈতিক সন্মিলনত প্ৰথম অসমীয়া হিচাপে যোগদানৰ বিৰল সন্মান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) । ...







