Assam State Karate Championship : ডিফুত চাৰিদিয়াকৈ অনুষ্ঠিত অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বীপৰ সফল সামৰণি : শীৰ্ষত গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাট
শনিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত কাৰবি আংলং (Karbi Anglong) জিলাৰ সদৰ চহৰ ডিফুৰ ছাৰচিং টেৰণ (লাংকুং হাবে) (Langkung Habe) মাল্টি ...







