ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Manish Sisodia I স্বামী জে’লত, পুত্ৰ বিদেশত : গুৰুতৰভাৱে অসুস্থ হৈ মনীষ চিছোদিয়াৰ পত্নী সীমা চিকিৎসালয়ত ভৰ্তি

নিউজ ডেস্কঃ

News Desk by News Desk
April 25, 2023
Reading Time: 1 min read
A A
0
Manish Sisodia I স্বামী জে’লত, পুত্ৰ বিদেশত : গুৰুতৰভাৱে অসুস্থ হৈ মনীষ চিছোদিয়াৰ পত্নী সীমা চিকিৎসালয়ত ভৰ্তি

RELATED POSTS

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

গুৰুতৰভাৱে অসুস্থ আবকাৰী দুৰ্নীতিৰ গোচৰত কাৰাগাৰত (Jail in corruption case) থকা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ পত্নী সীমা (Manish Sisodia’s wife Seema)। তেওঁক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ তাত চিকিৎসাধীন হৈ আছে। মনীষ, সীমাৰ একমাত্ৰ পুত্ৰই বিদেশত পঢ়ে।

মঙলবাৰে সীমাক সংকটজনক অৱস্থাত দিল্লীৰ ইন্দ্ৰপ্ৰস্থ অঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁ এক জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, সীমাৰ শাৰীৰিক অৱস্থা ক্ৰমশ বেয়ালৈ গৈ আছে। সেয়ে কোনো ধৰণৰ ৰিস্ক নোলোৱাকৈ তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

AAP1 | ASSAM TIMES POST
গুৰুতৰভাৱে অসুস্থ হৈ মনীষ চিছোদিয়াৰ পত্নী সীমা চিকিৎসালয়ত ভৰ্তি:

ফেব্ৰুৱাৰী মাহত চিবিআয়ে আপ নেতা তথা তদানীন্তন দিল্লীৰ উপ-মুখ্যমন্ত্ৰী চিছোদিয়াক গ্ৰেপ্তাৰ কৰিছিল। তেওঁ তেতিয়াৰ পৰাই জে’লত আছে। জে’ললৈ যোৱাৰ পিছত ইডিয়ে দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰে চিছোদিয়াক। তদন্তকাৰী সংস্থাটোৱে দাবী কৰিছে যে আবকাৰী দুৰ্নীতিৰ গোচৰত চিছোদিয়া জড়িত।

যদিও অৰবিন্দ কেজৰিৱালৰ আপে আৰম্ভণিৰে পৰা দাবী কৰি আহিছে যে কেন্দ্ৰীয় সংস্থাটোৰ দাবীৰ আঁৰত ৰাজনীতিৰ খেল আছে। দিল্লীৰ শাসকীয় দলে চিছোদিয়াৰ সমৰ্থনত ওলাই আহিছে। কিন্তু চিছোদিয়াই এতিয়াও জামিন লাভ কৰা নাই। ইয়াৰ মাজতে তেওঁৰ পত্নীক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখযোগ্য যে চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল আৰু পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে সীমাৰ ঘৰত উপস্থিত হৈ সীমাৰ কাষত থিয় হোৱাৰ কথা কয়।

কেজৰিৱালে কয়, “সীমা অতি জটিল ৰোগত আক্ৰান্ত হৈছে। শুনা মতে এই ৰোগত মগজুৱে লাহে লাহে শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। সীমা অকলে ঘৰত থাকিবলগা হৈছিল। আন সময়ত মনীষে তেওঁক চোৱা-চিতা কৰিছিল। কিন্তু এতিয়া তেওঁ তেনেকুৱা কৰিব নোৱাৰে। তেওঁলোকৰ এজনে পুত্ৰ। তেওঁ বিদেশত পঢ়ি আছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Manish SisodiaSisodia's wifeছিছোদিয়াৰ পত্নীমনীষ চিছোদিয়া
Share4Tweet3Send

Related Posts

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

by News Desk
September 24, 2026
50
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

by News Desk
September 24, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

by News Desk
September 24, 2026
50
Bus fire : চলন্ত বাছত অগ্নিকাণ্ড, শুই থকা অৱস্থাত কমেও ৯ যাত্ৰীৰ মৃত্যু

BJP election expenditure : ২০২৬ চনত ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ খৰচ ৫২৯ কোটি, অসমৰ বাবে ৯৬.২৬ কোটি

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
55
ADVERTISEMENT
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ
National-International

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

September 24, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

ECI row : ভোটাৰ তালিকাত ৯৭টা নাম পঞ্জীয়ন কৰিবলৈ ৭ দিনত ৮টা ইমেইল গোৱাৰ চিইঅ’ৰ, উত্তৰ নিদিয়াৰ অভিযোগ

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d