ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

NASA I আইফেল টাৱাৰৰ সমান আকাৰৰ গ্ৰহাণু আগবাঢ়িছে পৃথিৱীৰ দিশে

নিউজ ডেস্কঃ

News Desk by News Desk
April 24, 2023
Reading Time: 1 min read
A A
0
NASA I আইফেল টাৱাৰৰ সমান আকাৰৰ গ্ৰহাণু আগবাঢ়িছে পৃথিৱীৰ দিশে

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

iPhone production I কৰ্ণাটকত নিৰ্মাণ হʼব আইফোন

How ISRO Launched its Most Powerful Rocket LVM3 with 36 Satellites

Megha-Tropiques-1 : ১২ বছৰৰ পাছত মহাকাশৰ পৰা উভতি অহাৰ পিছতেই ধ্বংস ইছৰোৰ মেঘ ট্ৰপিকছ-১ উপগ্ৰহ

মহাকাশত আইফেল টাৱাৰৰ সমান উচ্চ আৰু বৃহৎ এটা বিশাল গ্ৰহাণুৱে অহা সপ্তাহত পৃথিৱীক অতিক্ৰম কৰিব।অৱশ্যে বিজ্ঞানীসকলে কয় যে ই পৃথিৱীৰ বাসিন্দাসকলৰ জীৱনত কোনো ধৰণৰ ব্যাঘাত জন্মাব নোৱাৰে। নাছা (NASA)ৰ তথ্য অনুসৰি, পৃথিৱীৰ আটাইতকৈ ওচৰৰ বস্তুটো হৈছে গ্ৰহাণু। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, বিগত ১৭ বছৰত ২৬০টা পৰ্যবেক্ষণৰ জৰিয়তে জ্যোতিৰ্বিজ্ঞানীসকলে ২০০৬ চনৰ এইচ ভি ৫ নামেৰে নামকৰণ কৰা এই গ্ৰহাণুটোৰ (Asteroids) কক্ষপথ নিৰ্ণয় (Orbit Determination) কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ অৱস্থান অতি নিখুঁতভাৱে গণনা কৰিবলৈ সক্ষম হৈছে।

 গ্ৰহাণু আগবাঢ়িছে পৃথিৱীৰ দিশে
আইফেল টাৱাৰৰ সমান আকাৰৰ গ্ৰহাণু আগবাঢ়িছে পৃথিৱীৰ দিশে:

জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, এই গ্ৰহাণুটোৱে ১৫ লাখ মাইল দূৰত্ব অতিক্ৰম কৰিব, যিটো চন্দ্ৰৰ পৰা পৃথিৱীলৈ প্ৰায় ৬.৩ গুণ দূৰত্ব। আমেৰিকান এষ্ট্ৰোনমিকেল ছ’চাইটিৰ সৈতে জড়িত ড০ চুছানা কোহলাৰৰ মতে গ্ৰহাণু ২০০৬ HV5 প্ৰথম আৱিষ্কাৰ হৈছিল ২০০৬ চনত। লিংকন নিয়াৰ-আৰ্থ এষ্ট্ৰেইড ৰিচাৰ্চ (LINEAR) প্ৰকল্পৰ অধীনত ইয়াক আৱিষ্কাৰ কৰা হৈছিল। এই গ্ৰহাণুটোৱে পৃথিৱীৰ মানুহৰ ওপৰত কোনো ক্ষতিকাৰক প্ৰভাৱ পেলাব নোৱাৰে। তেওঁ কয়, বছৰত এবাৰহে এই আকাৰৰ বা তাতকৈ ডাঙৰ গ্ৰহাণু বা শিল পৃথিৱীৰ ওচৰলৈ আহে। নাছাৰ চেণ্টাৰ ফৰ নিয়াৰ-আৰ্থ অবজেক্ট ষ্টাডিজে এই অভিগমনক ‘ৰেয়াৰ-২’ বুলি তালিকাভুক্ত কৰিছে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: AsteroidHV5এইচ ভি ৫গ্ৰহাণু
Share4Tweet3Send

Related Posts

iPhone production I কৰ্ণাটকত নিৰ্মাণ হʼব আইফোন
EDUCATION AND TECHNOLOGY

iPhone production I কৰ্ণাটকত নিৰ্মাণ হʼব আইফোন

by News Desk
June 2, 2023
51
ISRO I সফলতাৰে উৎক্ষেপণ ইছৰোৰ SSLV-D2
EDUCATION AND TECHNOLOGY

How ISRO Launched its Most Powerful Rocket LVM3 with 36 Satellites

by Sanjeev Sarma
March 26, 2023
36.3k
Megha-Tropiques-1 : ১২ বছৰৰ পাছত মহাকাশৰ পৰা উভতি অহাৰ পিছতেই ধ্বংস ইছৰোৰ মেঘ ট্ৰপিকছ-১ উপগ্ৰহ
EDUCATION AND TECHNOLOGY

Megha-Tropiques-1 : ১২ বছৰৰ পাছত মহাকাশৰ পৰা উভতি অহাৰ পিছতেই ধ্বংস ইছৰোৰ মেঘ ট্ৰপিকছ-১ উপগ্ৰহ

by ASSAM TIMES POST
March 8, 2023
51
Unleashing the Potential of AI
EDUCATION AND TECHNOLOGY

Unleashing the Potential of AI: GPT3 A Tool for Augmenting Human Capabilities and Improving Lives

by Sanjeev Sarma
February 14, 2023
33.3k
ISRO I সফলতাৰে উৎক্ষেপণ ইছৰোৰ SSLV-D2
EDUCATION AND TECHNOLOGY

ISRO I সফলতাৰে উৎক্ষেপণ ইছৰোৰ SSLV-D2

by News Desk
February 10, 2023
56
ৰঙা গ্ৰহত হাঁহি থকা ভালুক! নাছাৰ কেমেৰাত বন্দী নতুন ফটো
EDUCATION AND TECHNOLOGY

ৰঙা গ্ৰহত হাঁহি থকা ভালুক! নাছাৰ কেমেৰাত বন্দী নতুন ফটো

by News Desk
January 31, 2023
57
ADVERTISEMENT
লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা
KARBI ANGLONG

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
51
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি
Assam

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
51
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত
Entertainment

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023
51
২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী
National-International

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী

June 3, 2023
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023

Categories

ALL NEWS (17229) Assam (12543) BREAKING NEWS (6433) Business (28) Economy (67) Editorial (11) EDUCATION AND TECHNOLOGY (61) Entertainment (680) Entertrainment (324) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1871) Health & Fitness (612) Jobs & Career (5) KARBI ANGLONG (2552) Lifestyle (23) literature (16) National-International (5622) NORTHEAST (508) Novels (3) Photo (4) Poems (9) Political (104) Recipes (6) Sports News (382) Stories (8) Tech (11) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: