ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Amritpal Singh I পঞ্জাবত গ্ৰেপ্তাৰ হোৱা অমৃতপাল সিং অসমৰ কাৰাগাৰত কিয়?

নিউজ ডেস্কঃ

News Desk by News Desk
April 24, 2023
Reading Time: 1 min read
A A
0
Amritpal Singh I পঞ্জাবত গ্ৰেপ্তাৰ হোৱা অমৃতপাল সিং অসমৰ কাৰাগাৰত কিয়?

RELATED POSTS

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

১৮ মাৰ্চৰ পৰা পলাতক হৈ থকা মৌলবাদী প্ৰচাৰক অমৃতপাল সিঙে (Amritpal Singh) দেওবাৰে পঞ্জাব আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ (surrender) কৰে। তাৰে কেইঘণ্টামান পিছতে অমৃতপালক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ (Sent to Dibrugarh Central Jail) প্ৰেৰণ কৰা হয় হয়। আনহাতে, তেওঁৰ আঠজন সহযোগী ইতিমধ্যে দেশৰ ভিতৰতে অতি সুৰক্ষিত হিচাপে পৰিগণিত এই কাৰাগাৰত বন্দী হৈ আছে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ হৈছে উত্তৰ-পূবৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ সুৰক্ষিত কাৰাগাৰৰ ভিতৰত অন্যতম।

অমৃতপাল সিং
পঞ্জাবত গ্ৰেপ্তাৰ হোৱা অমৃতপাল সিং অসমৰ কাৰাগাৰত:

কিন্তু অমৃতপাল সিং আৰু তেওঁৰ সহযোগীসকলক দেশৰ আনটো প্ৰান্তলৈ লৈ অহাৰ কাৰণ কি? নিশ্চয় ই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ কাৰণ হৈছে যে উত্তৰ ভাৰতৰ কাৰাগাৰত থাকিলে অমৃতপালৰ সৈতে গেংষ্টাৰ বা বিচ্ছিন্নতাবাদী আন্দোলনৰ সৈতে জড়িত থকাসকলৰ সংস্পৰ্শৰ সম্ভাৱনা অধিক বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ উপৰি অভিযুক্তজনক আন কয়দী আৰু কাৰাগাৰৰ কৰ্মচাৰীৰ সৈতে সংযোগ স্থাপন কৰাত বাধা দিয়াৰ আন এটা কাৰণ হৈছে ভাষাৰ বাধা। তাৰ উপৰি সূত্ৰই কয় যে ডিব্ৰুগড় এখন অতি সুৰক্ষিত কাৰাগাৰ। তদুপৰি, স্থানীয় শিখ সম্প্ৰদায় খলিস্তান আন্দোলনৰ প্ৰতি সহানুভূতিশীল নহয় বুলিও বিশ্বাস কৰা হয়।

ডিব্ৰুগড় কাৰাগাৰত ইয়াৰ প্ৰায় 170 বছৰৰ ইতিহাসত কেতিয়াও কাৰাগাৰৰ পৰা পলায়ন কৰাৰ দৰে ডাঙৰ ঘটনা হোৱা নাই। যাৰ ফলত ইয়াৰ এক অত্যন্ত সুৰক্ষিত কাৰাগাৰ হিচাপে খ্যাতি বৃদ্ধি হৈছে। ডিব্ৰুগড় চহৰৰ কেন্দ্ৰত থকা কাৰাগাৰৰ অৱস্থানো কৰ্তৃপক্ষৰ বাবে যিকোনো পলায়নৰ প্ৰচেষ্টা ৰোধ কৰাৰ বাবে যথেষ্ট সুবিধাজনক বুলিও সূত্ৰই দাবী কৰে। আনহাতে, চহৰৰ উপকণ্ঠ বা প্ৰান্তীয় অঞ্চলৰ বিপৰীতে মাজমজিয়াত ইয়াৰ অৱস্থান।

উল্লেখযোগ্য যে ১৯ মাৰ্চৰ পৰা কাৰাগাৰ চৌহদৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে। সেই সময়ত ‘ৱাৰিছ পঞ্জাব দে’ৰ চাৰিজন সদস্যক তালৈ অনা হৈছিল। বৰ্তমান কাৰাগাৰখনত 24 ঘণ্টা ধৰি তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা আছে বুলি জানিব পৰা গৈছে।

কাৰাগাৰৰ এগৰাকী বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা অনুসৰি, “কাৰাগাৰৰ চৌহদটো অসম আৰক্ষীৰ অভিজাত ব্লেক কেট কমাণ্ডো, চিআৰপিএফ আৰু অন্যান্য সুৰক্ষা কৰ্মীয়ে ঘেৰি আছে।”
লগতে অমৃতপাল সিঙৰ সহযোগীসকলক বন্দী কৰি থোৱা কোঠাবোৰৰ সন্মুখত নতুন চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে আৰু বিকল কেমেৰাবোৰো মেৰামতি বা সলনি কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Amritpal SinghDibrugarh Central Jailঅমৃতপাল সিংডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ
Share4Tweet3Send

Related Posts

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত
Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

by News Desk
August 31, 2026
64
Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি
Assam

Sonapur accident : সোণাপুৰৰ পথ দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

by News Desk
August 31, 2026
56
Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক
Assam

Nepal disaster : নেপাল দুৰ্যোগ, সুকলমে উভতি আহিল অসমৰ ৮ শ্ৰমিক

by News Desk
August 31, 2026
57
Assam Late-Night Raid in Nagaon : 65 Cattle-Laden Vehicles Seized
Assam

Assam Late-Night Raid in Nagaon : 65 Cattle-Laden Vehicles Seized

by News Desk
August 31, 2026
54
Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক
Assam

Nepal floods : নেপালৰ বিধ্বংসী বানত সন্ধানহীন অসমৰ ১২ জন লোক

by News Desk
August 29, 2026
59
Blaze Guts Kaliabor Electronics Shop, Rs 10 Lakh Goods Lost
Assam

Blaze Guts Kaliabor Electronics Shop, Rs 10 Lakh Goods Lost

by News Desk
August 29, 2026
53
ADVERTISEMENT
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
50
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ
National-International

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
50
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026
50
India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ
National-International

India Russia relations : ৰাছিয়াৰ সেনাবাহিনীত কৰ্মৰত ৫১ ভাৰতীয়ৰ মৃত্যু, মোদী-পুটিনৰ বৈঠকৰ পিছত তথ্য প্ৰকাশ

September 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

September 1, 2026
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

September 1, 2026
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ

September 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d