ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Business

New Car I নতুন গাড়ী বিক্ৰীত জাপানক অতিক্ৰম ভাৰতৰ

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
April 17, 2023
Reading Time: 1 min read
A A
0
New Car I নতুন গাড়ী বিক্ৰীত জাপানক অতিক্ৰম ভাৰতৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Union Budget 2025: How Entrepreneurs Can Capitalize on New Opportunities

Surprising Turn: Strong Volume Fails to Lift Indian Agrochemical Giants Amid Weak Pricing

Unstoppable Surge: Gold Loan Demand Strong Despite Cash Disbursement Curbs, CRISIL Reports

নতুন গাড়ী বিক্ৰীৰ (New Car Sell) ক্ষেত্ৰত জাপানক(Japan)অতিক্ৰম কৰিছে ভাৰতে (India)। ভাৰতে মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত 4.85 নিযুত খন নতুন গাড়ী বিক্ৰী কৰে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত 28.2 শতাংশ অধিক। ইয়াৰ লগে লগে ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ গাড়ী বিক্ৰেতা হৈছে। বিগত বিত্তীয় বৰ্ষত, জাপানত 4.39 নিযুতখন গাড়ী বিক্ৰী হৈছিল।

নতুন গাড়ী
নতুন গাড়ী বিক্ৰীত জাপানক অতিক্ৰম ভাৰতৰ:

আনহাতে, চীনে বিশ্বত নতুন গাড়ী বিক্ৰীৰ ক্ষেত্ৰত শীৰ্ষ স্থান দখল কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ দ্বিতীয় স্থানত আছে। 2022 বিত্তীয় বৰ্ষত বিক্ৰী হোৱা 4.85 নিযুত গাড়ীৰ ভিতৰত, 3.89 নিযুত যাত্ৰীবাহী গাড়ী আছিল। এইটো পূৰ্বৰ বছৰতকৈ ২৬.৭ শতাংশ বেছি। বাণিজ্যিক বাহনৰ বিক্ৰী আছিল 9,62,468 খন, যিটো আগৰ বছৰৰ তুলনাত 34.3 শতাংশ বৃদ্ধি। 

মাৰুতি চুজুকি ইণ্ডিয়া আছিল আগশাৰীৰ যাত্ৰীবাহী গাড়ী বিক্ৰী কোম্পানী। জাপানী গাড়ী নিৰ্মাতা চুজুকি মটৰৰ সহায়ক কোম্পানীটোৱে যোৱা বছৰ 1.61 নিযুত বাহন বিক্ৰী কৰিছিল, যিটো হৈছে ভাৰতৰ মুঠ যাত্ৰীবাহী বাহনৰ 40 শতাংশ। দ্বিতীয় স্থানত আছে দক্ষিণ কোৰিয়া-ভিত্তিক হুণ্ডাই মটৰছ। হুণ্ডাইৰ 5,67,546 খন গাড়ী বিক্ৰী কৰা হৈছে। তৃতীয় স্থানত থকা ভাৰতীয় কোম্পানী টাটা মটৰ্ছে 5,44,391 খন বাহন বিক্ৰী কৰে। 

Tags: জাপানক অতিক্ৰম ভাৰতৰনতুন গাড়ী বিক্ৰীত
Share4Tweet3Send

Related Posts

Budget 2025 I এইবাৰ বাজেটত বিহাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা, মধুবনী কলাৰ শাৰী পৰিধান কৰি বাজেট দাখিল বিত্তমন্ত্ৰীৰ
Business

Union Budget 2025: How Entrepreneurs Can Capitalize on New Opportunities

by Sanjeev Sarma
February 2, 2025
50
Surprising Turn: Strong Volume Fails to Lift Indian Agrochemical Giants Amid Weak Pricing
Business

Surprising Turn: Strong Volume Fails to Lift Indian Agrochemical Giants Amid Weak Pricing

by ASSAM TIMES POST
August 23, 2024
50
Unstoppable Surge: Gold Loan Demand Strong Despite Cash Disbursement Curbs, CRISIL Reports
Business

Unstoppable Surge: Gold Loan Demand Strong Despite Cash Disbursement Curbs, CRISIL Reports

by ASSAM TIMES POST
August 16, 2024
50
Assam Legislative Assembly Inaugurates Empowering Budget Session
Assam

Assam Legislative Assembly Inaugurates Empowering Budget Session

by ASSAM TIMES POST
February 5, 2024
50
লক্ষ লক্ষ Paytm গ্ৰাহকৰ বাবে দুৱাৰ মেলিলে SBI ! RBI-ৰ নিষেধাজ্ঞাৰ পিছত বেংকৰ ডাঙৰ পৰিকল্পনা
Business

লক্ষ লক্ষ Paytm গ্ৰাহকৰ বাবে দুৱাৰ মেলিলে SBI ! RBI-ৰ নিষেধাজ্ঞাৰ পিছত বেংকৰ ডাঙৰ পৰিকল্পনা

by ASSAM TIMES POST
February 4, 2024
50
Tatas to set up EV battery plant worth in UK  I ব্ৰিটেইনৰ গাড়ীৰ বজাৰত টাটাৰ বিনিয়োগ
Business

Tatas to set up EV battery plant worth in UK I ব্ৰিটেইনৰ গাড়ীৰ বজাৰত টাটাৰ বিনিয়োগ

by News Desk
July 20, 2023
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx