ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Business

Tatas to set up EV battery plant worth in UK I ব্ৰিটেইনৰ গাড়ীৰ বজাৰত টাটাৰ বিনিয়োগ

নিউজ ডেস্কঃ

News Desk by News Desk
July 20, 2023
Reading Time: 1 min read
A A
0
Tatas to set up EV battery plant worth in UK  I ব্ৰিটেইনৰ গাড়ীৰ বজাৰত টাটাৰ বিনিয়োগ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Union Budget 2025: How Entrepreneurs Can Capitalize on New Opportunities

Surprising Turn: Strong Volume Fails to Lift Indian Agrochemical Giants Amid Weak Pricing

Unstoppable Surge: Gold Loan Demand Strong Despite Cash Disbursement Curbs, CRISIL Reports

এইবাৰ বিদেশত বেটাৰী কাৰখানা খুলিব টাটা গ্ৰুপে (Tatas to set up EV battery plant worth in UK )। এই কাৰখানাত ভাৰতৰ তুলনাত তিনিগুণ বেছি বিনিয়োগ কৰিব টাটা ছন্সে (Tata Sons has three times more investment than India)।বুধবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনকে ইংলেণ্ডৰ ছামাৰচেটত প্ৰায় ৪২ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে এই কাৰখানা নিৰ্মাণৰ কথা ঘোষণা (PM Rishi Chunk declares The Summerset of England) কৰে।

সমগ্ৰ ইউৰোপৰ ভিতৰতে এইটো সৰ্ববৃহৎ বেটাৰী কাৰখানা (Largest battery factory in Europe) হʼব বুলি লগতে জনায় ব্ৰিটিছ চৰকাৰে। মূলত বৈদ্যুতিক বাহনৰ বাবে লিথিয়াম আয়ন বেটাৰী এই কাৰখানাতে নিৰ্মাণ কৰা হʼব। উৎপাদন আৰম্ভ হʼবলৈ তিনি বছৰ সময়ৰ প্ৰয়োজন হ’ব। তাত টাটা মটৰ আৰু জাগুৱাৰ লেণ্ড ৰভাৰৰ বিভিন্ন মডেলৰ বেটাৰী নিৰ্মাণ কৰা হʼব। ইয়াৰ ফলত ৪০০০ কৰ্মচাৰীয়ে পোনপটীয়াকৈ নিযুক্তি পাব।

টাটাৰ বিনিয়োগ
ব্ৰিটেইনৰ গাড়ীৰ বজাৰত টাটাৰ বিনিয়োগ:

উল্লেখযোগ্য যে এমাহ পূৰ্বে টাটা ছন্সে গুজৰাটৰ ছানাণ্ডেত বেটাৰীচালিত বাহনৰ বেটাৰী নিৰ্মাণৰ বাবে এটা কাৰখানা স্থাপনৰ চুক্তিত স্বাক্ষৰ কৰিছিল। তাত ১৩ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰা হৈছে। ভাৰতীয় বজাৰত বৈদ্যুতিক বাহনৰ চাহিদা শতাংশৰ ফালৰ পৰা কম যদিও সংখ্যাৰ ফালৰ পৰা নহয়। ভাৰতীয় গাড়ী নিৰ্মাতা কোম্পানীসমূহে ইলেক্ট্ৰিক গাড়ী উৎপাদনৰ বাবে চীন আৰু দক্ষিণ কোৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। সেই নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ টাটাই ‘মেক ইন ইণ্ডিয়া’ কৌশল গ্ৰহণ কৰিছে।

একেদৰে ব্ৰিটেইনৰ গাড়ীৰ কাৰখানাসমূহেও ইউৰোপৰ বিভিন্ন দেশৰ পৰা বৈদ্যুতিক গাড়ীৰ বেটাৰী আমদানি কৰিবলগীয়া হয়। ব্ৰেক্সিটৰ পিছত ইউৰোপৰ পৰা অহা এই সামগ্ৰীসমূহৰ ওপৰত ১০ শতাংশ অধিক কৰ আৰোপ কৰা হয়। ফলত ভক্সহল, পিউজোৰ দৰে গাড়ী কোম্পানীয়ে ব্ৰিটেইনত ইলেক্ট্ৰিক গাড়ীৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে।

কিন্তু এইবাৰৰ প্ৰথম ত্ৰৈমাসিকৰ প্ৰতিবেদনত কোৱা হৈছে যে ব্ৰিটেইনত ৫০ শতাংশ ইলেক্ট্ৰিক গাড়ী বিক্ৰী কৰা হৈছে। ফলস্বৰূপে গাড়ী নিৰ্মাতা কোম্পানীৰ হেঁচাত পৰে ঋষি চুনক চৰকাৰ। ব্ৰিটিছ চৰকাৰে কয় যে টাটা নিয়ন্ত্ৰিত জাগুৱাৰ লেণ্ড ৰভাৰক বিশেষ ৰাজসাহায্যৰে বেটাৰী কাৰখানা স্থাপনৰ বাবে ৬০০ একৰ মাটি দিয়া হৈছে। ২০৩০ চনৰ ভিতৰত সমগ্ৰ ব্ৰিটেইনতে বেটাৰীৰ চাহিদাৰ আধা অংশ টাটাৰ কাৰখানাসমূহে পূৰণ কৰিব বুলি প্ৰকাশ।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: BatteryFactoriyTataInvestmentTataSonsটাটাছন্সটাটাবিনিয়োগবেটাৰিফেক্টৰী
Share5Tweet3Send

Related Posts

Budget 2025 I এইবাৰ বাজেটত বিহাৰক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা, মধুবনী কলাৰ শাৰী পৰিধান কৰি বাজেট দাখিল বিত্তমন্ত্ৰীৰ
Business

Union Budget 2025: How Entrepreneurs Can Capitalize on New Opportunities

by Sanjeev Sarma
February 2, 2025
52
Surprising Turn: Strong Volume Fails to Lift Indian Agrochemical Giants Amid Weak Pricing
Business

Surprising Turn: Strong Volume Fails to Lift Indian Agrochemical Giants Amid Weak Pricing

by ASSAM TIMES POST
August 23, 2024
54
Unstoppable Surge: Gold Loan Demand Strong Despite Cash Disbursement Curbs, CRISIL Reports
Business

Unstoppable Surge: Gold Loan Demand Strong Despite Cash Disbursement Curbs, CRISIL Reports

by ASSAM TIMES POST
August 16, 2024
55
Assam Legislative Assembly Inaugurates Empowering Budget Session
Assam

Assam Legislative Assembly Inaugurates Empowering Budget Session

by ASSAM TIMES POST
February 5, 2024
58
লক্ষ লক্ষ Paytm গ্ৰাহকৰ বাবে দুৱাৰ মেলিলে SBI ! RBI-ৰ নিষেধাজ্ঞাৰ পিছত বেংকৰ ডাঙৰ পৰিকল্পনা
Business

লক্ষ লক্ষ Paytm গ্ৰাহকৰ বাবে দুৱাৰ মেলিলে SBI ! RBI-ৰ নিষেধাজ্ঞাৰ পিছত বেংকৰ ডাঙৰ পৰিকল্পনা

by ASSAM TIMES POST
February 4, 2024
65
New Car I নতুন গাড়ী বিক্ৰীত জাপানক অতিক্ৰম ভাৰতৰ
Business

New Car I নতুন গাড়ী বিক্ৰীত জাপানক অতিক্ৰম ভাৰতৰ

by ASSAM TIMES POST
April 17, 2023
66
ADVERTISEMENT
Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ
National-International

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

January 13, 2026
52
Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২
KARBI ANGLONG

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

January 13, 2026
58
Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি
National-International

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

January 13, 2026
52
Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান
National-International

Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান

January 13, 2026
56
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

January 13, 2026
Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

January 13, 2026
Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

January 13, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13893) BREAKING NEWS (6491) Business (34) crime (25) cultural (5) Digital Transformation (3) Dima Hasao (1) DIPHU (4) Economy (99) Editorial (17) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3537) Lifestyle (24) literature (16) Music (1) National-International (11293) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (500) Stories (16) Tech (14) Technology (2) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d