ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Political

Karnataka Election I নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক বিজেপিত ভাঙোন, কংগ্রেছত যোগ দিলে প্রাক্তন মুখ্যমন্ত্রী শেট্টাৰে

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
April 17, 2023
Reading Time: 1 min read
A A
0
Karnataka Election I নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক বিজেপিত ভাঙোন, কংগ্রেছত যোগ দিলে প্রাক্তন মুখ্যমন্ত্রী শেট্টাৰে

RELATED POSTS

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

Will the Andhra Governor Become the New Vice President? Find Out!

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

বিজেপি(BJP) এৰাৰ কথা দেওবাৰে ঘোষণা কৰি বিধায়ক পদৰ পৰা ইস্তফা দিয়াৰ পিছত সোমবাৰে কংগ্রেছ সভাপতি মল্লিকার্জুন খড়্গেৰ( Mallikarjun Kharge)উপস্থিতিত কংগ্ৰেছত যোগদান কৰে কৰ্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী(Former Chief Minister) জগদীশ শেট্টাৰে।

কৰ্ণাটক বিজেপি
নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক বিজেপিত ভাঙোন:

বেঙ্গালুৰুৰ প্রদেশ কংগ্রেছ ভৱনত জগদীশৰ যোগদান কাৰ্যসূচীত খড়্গেৰ লগতে উপস্থিত থাকে প্রদেশ কংগ্রেছৰ সভাপতি ডি কে শিৱকুমাৰ, প্রাক্তন মুখ্যমন্ত্রী তথা বিৰোধী দলৰ নেতা সিদ্দাৰামাইয়া আৰু এআইচিচিৰ দুই সাধাৰণ সম্পাদক কে চি বেণুগোপাল এআৰু ৰণদীপ সিং সুৰজেৱালা। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে লিঙ্গায়েত জনগোষ্ঠীৰ প্রভাৱশালী নেতা, হুবলি-ধাৰৱাড় সমষ্টিৰ ৬ বাৰৰ বিধায়ক জগদীশৰ এই দল সলনিয়ে কংগ্রেছৰ সুবিধা কৰিব পাৰে বুলি অনুমান কৰিছে নিৰ্বাচন বিশ্লেষকৰ একাংশই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কংগ্রেছত যোগ দিলে প্রাক্তন মুখ্যমন্ত্রী শেট্টাৰেনিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকবিজেপিত ভাঙোন
Share4Tweet3Send

Related Posts

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

by ASSAM TIMES POST
August 25, 2026
53
Why Three Parties Chose to Abstain from Vice Presidential Voting
Political

Political Crossroads: India’s Vice Presidential Election Amid Boycotts and Controversies

by ASSAM TIMES POST
September 9, 2025
54
Will the Andhra Governor Become the New Vice President? Find Out!
Political

Will the Andhra Governor Become the New Vice President? Find Out!

by ASSAM TIMES POST
August 7, 2025
63
Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage
Political

Assam Assembly in Chaos: BJP MLA’s Uncontrollable Outburst Sparks Outrage

by ASSAM TIMES POST
March 21, 2025
59
Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’
Political

Manipur CM’s Resignation Sparks Controversy Amidst Climate Concerns, Jairam Ramesh Calls It ‘Belated’

by ASSAM TIMES POST
February 9, 2025
51
Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles
Political

Triumphant Comeback: BJP’s Historic Victory in Delhi After 27 Years as AAP Struggles

by ASSAM TIMES POST
February 8, 2025
55
ADVERTISEMENT
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

August 26, 2026
50
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ
National-International

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

August 26, 2026
50
US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ
National-International

US Iran conflict : ইৰাণৰ সৈতে ব্যৱসায়; ৩ ভাৰতীয় নাগৰিককে ধৰি চাৰিটা ভাৰতীয় কোম্পানীক নিষেধাজ্ঞা ট্ৰাম্প প্ৰশাসনৰ

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

August 26, 2026
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

August 26, 2026
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d