ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong I বোকাজানত কৃষক উৎপাদক কোম্পানীসমূহৰ বৈঠক

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু

News Desk by News Desk
April 13, 2023
Reading Time: 1 min read
A A
0
Karbi Anglong I বোকাজানত কৃষক উৎপাদক কোম্পানীসমূহৰ বৈঠক

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST
কৃষি বিভাগৰ উদ্যোগত ধনশিৰি (Dhansiri) এফ পি চিৰ চিএইচচিত কৃষক উৎপাদক কোম্পানী (Farmer Producer Company)সমূহৰ এখন বৈঠকৰ অনুষ্ঠিত হৈ যায় ৷ মঙলবাৰে কাৰ্বি আংলঙৰ (Karbi Anglong) জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতী, বোকাজান (Bokajan)ৰ মহকুমাধিপতি, কাৰ্বি আংলঙৰ জিলা কৃষি বিষয়া এডিঅ’ আৰু কৃষি বিভাগৰ কৰ্মচাৰীৰ উপস্থিতিত সভাত বিভাগৰ মুখ্য বিজ্ঞানী (RARS, Diphu) আৰু APART-ৰ কৰ্মচাৰী অংশগ্ৰহণ কৰা হয় ৷

বোকাজান
বোকাজানত কৃষক উৎপাদক কোম্পানীসমূহৰ বৈঠক:

জিলা উপায়ুক্ত অধ্যক্ষতাত অনুষ্ঠিত সভাখনত গণ্যমান্য ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ পিছত বিভিন্ন এফ পি চিৰ সদস্য আৰু কৃষকক চিনাকি কৰাই দিয়া হয়।FPC’s গঠন, ইয়াৰ ভূমিকা আৰু সন্মুখীন হোৱা অসুবিধা আৰু ইয়াক সঠিক উপায়েৰে কেনেকৈ মোকাবিলা কৰিব পাৰি আৰু বিভিন্ন নতুন ধাৰণাৰে ইয়াৰ ভূমিকা সম্পৰ্কে সভাত বিস্তৃতভাৱে আলোচনা কৰা হয় বৱলি জানিব পৰা গৈছে।

RELATED POSTS

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

ৰশ্মিতা হোজাইৰ মৃত্যুত ধনশিৰিত মম বাতি লৈ প্রতিবাদ ডিমাচা দল-সংগঠনৰ

কাৰবি আংলঙৰ শীৰ্ষ এফপিচিৰ জিৰছং আছং, প্ৰতিনিধি নেৰামাক আৰু ডিআইচিচিৰ পৰা লাভ কৰা বাৰ্তা আৰু তথ্যৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত আৰু অনুপ্ৰাণিত হয়৷ এফ পি চিৰ জৰিয়তে আয় বৃদ্ধি আৰু স্থানীয় আৰু থলুৱা সামগ্ৰীসমূহৰ চিনাক্তকৰণৰ বাবে কাৰ্য্যবিধি আৰু কৌশলসমূহ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত হয়৷সভাত এপাৰ্টৰ ন’ডেল বিষয়া, মিলেট মিছনৰ ন’ডেল বিষয়াও উপস্থিত থাকে। সভাত গণ্যমান্য ব্যক্তি বিশেষকৈ জিলা উপায়ুক্তৰ উপস্থিতিয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি হয়৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: BOKAJANFarmer Producer Companyকৃষক উৎপাদক কোম্পানীবোকাজান
Share5Tweet3Send

Related Posts

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation
KARBI ANGLONG

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

by ASSAM TIMES POST
June 13, 2025
50
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

by ASSAM TIMES POST
June 13, 2025
50
ৰশ্মিতা হোজাইৰ মৃত্যুত ধনশিৰিত মম বাতি লৈ প্রতিবাদ ডিমাচা দল-সংগঠনৰ
KARBI ANGLONG

ৰশ্মিতা হোজাইৰ মৃত্যুত ধনশিৰিত মম বাতি লৈ প্রতিবাদ ডিমাচা দল-সংগঠনৰ

by Staff Reporter
June 11, 2025
56
World Environment Day I তাৰালাংচত চিইএম তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস উদযাপন
KARBI ANGLONG

World Environment Day I তাৰালাংচত চিইএম তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস উদযাপন

by ASSAM TIMES POST
June 5, 2025
69
ADB Withdraws $434 Million Loan for Karbi Anglong Solar Project:
KARBI ANGLONG

ADB Withdraws $434 Million Loan for Karbi Anglong Solar Project:

by Staff Reporter
June 4, 2025
52
Drugs Seized I বোকাজানৰ শুকানজানত প্ৰায় ২০ কোটি টকা মূল্যৰ কানি জব্দ আৰক্ষীৰ
KARBI ANGLONG

Drugs Seized I বোকাজানৰ শুকানজানত প্ৰায় ২০ কোটি টকা মূল্যৰ কানি জব্দ আৰক্ষীৰ

by ASSAM TIMES POST
June 3, 2025
60
ADVERTISEMENT
Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation
KARBI ANGLONG

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
50
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
National-International

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
50
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত
National-International

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025
50
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

June 13, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13689) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3394) Lifestyle (24) literature (16) National-International (10116) NORTHEAST (855) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d