ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

PM Visit Assam! ১৪ তাৰিখে প্ৰধানমন্ত্ৰী সাক্ষী হ’ব অসমৰ গৌৰৱময় মুহূৰ্তৰ, কি কি কাৰ্যসূচী আছে মোদীৰ?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 10, 2023
Reading Time: 1 min read
A A
0
PM Visit Assam! ১৪ তাৰিখে প্ৰধানমন্ত্ৰী সাক্ষী হ’ব অসমৰ গৌৰৱময় মুহূৰ্তৰ, কি কি কাৰ্যসূচী আছে মোদীৰ?

RELATED POSTS

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

অহা ১৪ এপ্ৰিলত অসমে (Assam) এক ইতিহাস সৃষ্টি কৰিবলৈ গৈ আছে। উক্ত ঐতিহাসিক মুহূৰ্তত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী (PM) নৰেন্দ্ৰ মোদী (Narendra Modi)। উল্লেখ্য, ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত প্ৰায় ১০,০০০ বিহুৱা আৰু নাচনীয়ে বিহু প্ৰদৰ্শন কৰি বিশ্ব ৰেকৰ্ড (World Record) গঢ়িব। উক্ত অনুষ্ঠানত উপস্থিত থাকিব মোদী। আনহাতে, প্ৰধানমন্ত্ৰীয়ে একেদিনাই সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছ গুৱাহাটীৰো উদ্বোধন কৰিব।

PM Modi
PM Modi Visit Assam

আনহাতে, একেটা দিনতে প্ৰধানমন্ত্ৰীৰ আছে আৰু কেইবাটাও কাৰ্যসূচী। মুঠতে এক ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী অসমলৈ আহিব। ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীৰ বিভিন্ন কাৰ্যসূচীসমূহ আৰম্ভ হ’ব এনেদৰে :

১৪ এপ্ৰিলৰ পুৱা ১১.৩০ বজাত গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী। তাৰ পৰা তেওঁ হেলিকপ্টাৰেৰে আইআইটি-গুৱাহাটীলৈ উৰা মাৰিব। তাৰ পৰা গৈ প্ৰধানমন্ত্ৰীয়ে এইমছ-গুৱাহাটীৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে এইমছৰ চৌহদৰ পৰা আন তিনিখন চিকিৎসা মহাবিদ্যালয়ো উদ্বোধন কৰিব। সেইকেইখন হৈছে নগাঁও, কোকৰাঝাৰ আৰু নলবাৰী।

প্ৰধানমন্ত্ৰী মোদীয়ে ১৪ এপ্ৰিলত ৰাজ্যিক ৰেচন কাৰ্ডৰ গৰাকীসকলক প্ৰতীকী প্ৰকাৰে আয়ুষ্মান কাৰ্ড বিতৰণ আৰম্ভ কৰিব। উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়া বাজেটত মুখ্যমন্ত্ৰী শীৰ্ষক স্বাস্থ্য বীমা আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল

সেয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ্মান ভাৰত আঁচনিৰ আৰ্হিত আয়ুষ্মান অসম। 14 এপ্ৰিলৰ ভিতৰত 1.10 কোটি ৰেচন কাৰ্ড ধাৰকৰ বাবে আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰা হ’ব। ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁট চৰকাৰৰ দুবছৰ পূৰ্তি উপলক্ষে স্বাস্থ্য আঁচনিখন ১০ মে’ত আৰম্ভ হ’ব।

তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে আই আই টি গুৱাহাটীত স্থাপিত হ’বলগীয়া এখন বিশ্বমানৰ গৱেষণা হস্পিটেল ভাৰ্চুৱেলি মুকলি কৰিব। এই হস্পিটেলখন অসম চৰকাৰ আৰু আই আই টি গুৱাহাটীৰ যৌথ উদ্যোগত প্ৰতিষ্ঠা হ’ব।

ইয়াৰ পিছত মোদীয়ে হেলিকপ্টাৰেৰে খানাপাৰা ভেটেৰিনাৰী খেলপথাৰত অৱতৰণ কৰি তাৰ পৰা পোনে পোনে কলাক্ষেত্ৰলৈ ৰাওনা হ’ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
এই অনুষ্ঠানৰ সামৰণিৰ পিছত মোদীয়ে গৈ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কিছু সময় জিৰণি ল’ব। তাৰ পৰা তেওঁ সৰুসজাই ষ্টেডিয়ামলৈ ৰাওনা হ’ব।

তাৰ পৰা তেওঁ নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ 500 TPD-Methanol প্ৰকল্প, ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ উদ্বোধন আৰু পলাশবাৰী-শুৱালকুচি সংযোগী চাৰিলে’নযুক্ত দলঙৰ আধাৰশিলা ভাৰ্চুৱেলি স্থাপন কৰিব। ইয়াৰ পিছত তেওঁ অসমৰ ইতিহাসৰ বিৰল আৰু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমৰ প্ৰায় ১১ হাজাৰ ঢুলীয়া-নাচনীৰ ১৫ মিনিটজোৰা বিহুনাচৰ পোনপটীয়া অনুষ্ঠান উপভোগ কৰিব মোদীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: assam
Share4Tweet3Send

Related Posts

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ
Guwahati

Independence Day 2026 : খানাপাৰাত কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

by News Desk
August 15, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d