ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলং আৰক্ষীৰ অভিযানত গাঁজা আৰু বাৰ্মিজ চুপাৰি জব্দ : ৩ আটক

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
April 7, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটী (Khatkhati) আৰু লাহৰিজান (Lahorijan)ত আৰক্ষীৰ দুটা পৃথক পৃথক তালাচী অভিযানত অবৈধ বাৰ্মিজ চুপাৰিকে ধৰি গাঁজা জব্দ কৰা ঘটনাত তীব্ৰ চাঞ্চস্যৰ সৃষ্টি হৈছে৷ উল্লেখযোগ্য যে, ড্ৰাগছ, গাঁজা, নিচাজাতীয় টেবলেটকে আদি বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বোকাজান আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে। ন-ন কৌশলেৰে সৰবৰাহকাৰীয়ে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বিশেষকৈ অসম- নাগালেণ্ড সীমান্তৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান, খটখটী, ডিলাই আদিত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ কৌশলক ব্যৰ্থ কৰিছে বোকাজান আৰক্ষীয়ে। নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰীয়ে কাৰ্বি আংলঙৰ মাজেৰে যোৱা ৩৯নং আৰু ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাক নিৰাপদ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও সীমান্তৰ অঞ্চলত বোকাজান মহকুমা আৰক্ষীৰ তীক্ষ্ণ নজৰৰ পৰা হাত হাৰি যাব পৰা এনে সৰবৰাহকাৰী।

cupap1 1 | ASSAM TIMES POST

আজিও খটখটী আৰক্ষীয়ে নিয়মীয়া নাকাত তালাচী চলাই নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখী এএছ-০২-চিচি-২১০৪ নম্বৰৰ নামন নামৰ যাত্ৰীবাহী বাছখনৰ পৰা দুটা বেগত ভৰাই অনা অৱস্থাত মুঠ ২০.৪৪ কিলোগ্ৰাম গাঁজা জব্দ (20.44 kg of ganja seized) কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত খটখটী আৰক্ষীয়ে দুটা সৰবৰাহকাৰীকো আটক (2 persons arrested) কৰিছে। ধৃত গাঁজা সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে নগাঁও জিলাৰ ধিঙৰ আবু চুমা (৪৭) আৰু নগাঁও চলচলিৰ ৰছিদুল ইচলাম (২৫) বুলি জানিব পৰা গৈছে। আজি আৰক্ষীয়ে জব্দ কৰা গাঁজাখিনিৰ বজাৰ মূল্য প্ৰায় দুই লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। ইতিমধ্যে লাহৰিজান আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত দুই সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে।

cupap2 1 | ASSAM TIMES POST

আনহাতে দ্বিতীয়টো খটখটীত আৰক্ষীয়ে (khatkhati Police) চলোৱা দ্বিতীয়টো অভিযানত ২২০ বস্তা বাৰ্মিজ চুপাৰিসহ (Burmese Supari seized) এখন ট্ৰাক জব্দ কৰে আৰক্ষীয়ে৷ প্ৰাপ্ত তথ্য অনুসৰি জব্দকৃত চুৰাং বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মুল্য প্ৰায় ৬০ লক্ষাধিক হব বুলি জানিব পৰা গৈছে ৷

NL01 A C 2943 নম্বৰৰ এখন ১০ চকীয়া ট্ৰাকত বাৰ্মিজ চুপাৰিসহ চালকক কৰায়ত্ব কৰিবলৈ সক্ষম হয় লাহৰিজান আৰক্ষীয়ে। ২২০ বস্তা বাৰ্মিজ চুপাৰিসহ ট্ৰাকখনৰ চালক মঃ বছিৰৰ আহমেদক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জানিব পৰা মতে চোৰাং বাৰ্মিজ চুপাৰিখিনি ডিমাপুৰৰ পৰা তেজপুৰ নিয়াৰ পথত লাহৰিজান আৰক্ষীৰ নিয়মীয়া নাকা তালাচিত জব্দ কৰা হয় ৷ সৰবৰাহকাৰীয়ে অতি কৌশলে পৰিবহণৰ সামগ্ৰী মাজত লুকুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল বাৰ্মিজ চুপাৰিখিনি৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Burmese SupariganjaKhatkhatiLahorijanখটখটীগাঁজাবাৰ্মিজ চুপাৰিলাহৰিজান
Share5Tweet3Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
50
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
50
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d