ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Green Hydrogen I বাঁহৰ পৰা তৈয়াৰ হʼব ‘গ্ৰীণ হাইড্ৰোজেন’ : জি-২০ৰ বৈঠকত ঘোষণা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 6, 2023
Reading Time: 1 min read
A A
0
Green Hydrogen I বাঁহৰ পৰা তৈয়াৰ হʼব ‘গ্ৰীণ হাইড্ৰোজেন’ : জি-২০ৰ বৈঠকত ঘোষণা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

ত্ৰিপুৰা (Tripura)ই বাঁহ (Use of Bamboo) ব্যৱহাৰ কৰি ‘গ্ৰীণ হাইড্ৰোজেন’ (Green Hydrogen) তৈয়াৰ কৰাৰ কথা ভাবিছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই (Chief Minister Manik Saha) কয় যে তেওঁলোকে পৰিৱেশ ৰক্ষাৰ বাবে এই পদক্ষেপ লʼব বিচাৰে। আগৰতলাত আৰম্ভ হৈছে জি-২০ৰ বৈঠক। এই বৈঠক উপলক্ষে মাণিক সাহাৰ চৰকাৰে ত্ৰিপুৰাৰ নিজা হস্তশিল্প বিশ্বৰ আগত উপস্থাপন কৰিব বিচাৰিছে।

ৰাজ্যখনৰ বাঁহ আৰু বেতৰ হস্তশিল্পসমূহো আগৰতলাৰ হাপিয়ানাৰ আন্তঃৰাষ্ট্ৰীয় মেলা খেলপথাৰত প্ৰদৰ্শিত হৈছে। তাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ বেলেগ ধৰণে বাঁহ ব্যৱহাৰ কৰাৰ কথা জনাইছে। মাণিক সাহাই কয় যে তেওঁলোকে বাঁহৰ পৰা ‘গ্ৰীণ হাইড্ৰোজেন’ তৈয়াৰ কৰিব বিচাৰে। ইয়াৰ বাবে ত্ৰিপুৰাই কেন্দ্ৰৰ পৰা আৰ্থিক সাহায্য বিচাৰিব। অৱশ্যে গ্ৰীণ হাইড্ৰোজেন শক্তি উৎপাদনৰ বাবে ইতিমধ্যে কেন্দ্ৰই ১০ হাজাৰ কোটি টকা আবণ্টন দিছে।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে কয়, “বাঁহৰ সহায়ত এতিয়া বিভিন্ন বস্তু তৈয়াৰ কৰা হৈছে। বাঁহেৰে আমি আৰু বহু কাম কৰিব পাৰো। আমি এই ৰাজ্যৰ বাঁহ উদ্যোগৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো।এখন বৈঠকো অনুষ্ঠিত কৰা হৈছে।”

গ্ৰীণ হাইড্ৰোজেন’ :
বাঁহৰ পৰা তৈয়াৰ হʼব ‘গ্ৰীণ হাইড্ৰোজেন’ : জি-২০ৰ বৈঠকত ঘোষণা

তেওঁ কয়, “আমাৰ পৰিৱেশ ৰক্ষাৰ যুঁজখনো চলি আছে। আমি পৰিৱেশ অনুকূল উদ্যোগ আৰু আন্তঃগাঁথনি কেনেকৈ গঢ়ি তুলিব পাৰো সেই বিষয়েও চোৱা-চিতা কৰিছো। আমি ইয়াত সূৰ্যৰ পোহৰ আৰু জৈৱবস্তু ব্যৱহাৰ কৰি নবীকৰণযোগ্য শক্তি উৎপাদনৰ বাবে কাম কৰি আছো। লগতে ‘গ্ৰীণ হাইড্ৰোজেন’ হিচাপে বাঁহৰ পৰা নবীকৰণযোগ্য শক্তি উৎপাদন কৰিব বিচাৰো। জি-২০ বৈঠকত বিভিন্ন দেশৰ প্ৰতিনিধিয়েও আমাৰ কামৰ শলাগ লৈছে।”

ত্ৰিপুৰাত বতাহৰ পৰা শক্তি উৎপাদন সম্ভৱ নহয়। সেয়েহে ত্ৰিপুৰাত সৌৰশক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গ্ৰামাঞ্চলত ১৮টা ‘মাইক্ৰোগ্ৰিড ষ্টেচন’ স্থাপন কৰা হৈছে আৰু তাত ২৭৪টা এনে ষ্টেচন স্থাপন কৰা হʼব। জৈৱিক পদাৰ্থৰ পৰা বিদ্যুৎ উৎপাদন কৰি ২৫০০ পৰিয়ালক ইয়াৰ অধীনলৈ অনাৰ পৰিকল্পনাও কৰা হৈছে।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে আশা কৰিছে যে এই ‘সেউজ শক্তি’ নিৰ্মাণৰ কাম চলিত বৰ্ষৰ শেষৰ পৰা বা অহা বছৰৰ আৰম্ভণিতে আৰম্ভ হʼব। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে কয় যে জি-২০ বৈঠকত বিভিন্ন দেশৰ প্ৰতিনিধিৰ উপৰি উদ্যোগপতিসকলো উপস্থিত আছিল। দেশ আৰু বিদেশৰ সেই বিনিয়োগকাৰীসকলে ত্ৰিপুৰাত উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী। তেওঁলোকে তাত বৈদ্যুতিক বাহন, চিকিৎসালয়, খাদ্য প্ৰক্ৰিয়াকৰণ, পৰ্যটন, ঔষধ, চাহ, বাঁহ আৰু আগৰ উদ্যোগত বিনিয়োগ কৰিব বিচাৰিছে।

Tags: BambooGreen Hydrogentripurachiefministerগ্ৰীণ হাইড্ৰোজেনত্ৰিপুৰামুখ্যমন্ত্ৰীবাঁহ
Share4Tweet3Send

Related Posts

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য
NORTHEAST

Viral video : ঘৰৰ মজিয়াত কোটি কোটি টকাৰ পাহাৰ, ত্ৰিপুৰাত ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

by News Desk
May 19, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx