ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Economic growth I আঘাত পৰিব পাৰে ভাৰতীয় অর্থনীতত! বিশ্ব বেংকে বৃদ্ধিৰ পূর্বাভাস কমালে ৬.৩ শতাংশলৈ

নিউজ ডেস্কঃ

News Desk by News Desk
April 4, 2023
Reading Time: 1 min read
A A
0
Economic growth I আঘাত পৰিব পাৰে ভাৰতীয় অর্থনীতত! বিশ্ব বেংকে বৃদ্ধিৰ পূর্বাভাস কমালে ৬.৩ শতাংশলৈ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

ভাৰতৰ আর্থিক বৃদ্ধিৰ পূর্বাভাস (India’s economic growth forecast) পুনৰ শুধৰণি কৰিলে বিশ্ব বেংকে (World Bank)। চলিত ২০২৩-২৪ বিত্তীয় (2023-24 Year) বর্ষত ভাৰতৰ আর্থিক বৃদ্ধিৰ হাৰ (rate of economic growth) ৬.৩ শতাংশ (6.3%)ত উপনীত হ’ব পাৰে বুলি সংস্থাটোৰ শেহতীয়া ৰিপোর্টত জনোৱা হৈছে। ইয়াৰ পূৰ্বে প্রকাশিত ৰিপোর্টত সেয়া যা ৬.৬ শতাংশ হ’ব পাৰে বুলি পূর্বাভাস দিয়া হৈছিল।

 ভাৰতীয় অর্থনীতত
আঘাত পৰিব পাৰে ভাৰতীয় অর্থনীতত:

উল্লেখ্য যে অতিমাৰিৰ ক্ষতি এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। তাৰ মাজতে ৰাছিয়া-ইউক্রেইন যুদ্ধ আৰু চীন-টাইৱান সংঘাত। ইয়াৰ প্রভাৱ পৰিছে মূল্যবৃদ্ধিত। কিন্তু এই পৰিস্থিতিতো ভাৰতৰ আর্থিক বৃদ্ধিত ইতিবাচক সম্ভাৱনাৰ কথা চলিত বছৰৰ আৰম্ভণিতে বিশ্ব বেংকে জনাইছিল। কিন্তু বৃদ্ধিৰ সম্ভাৱনা কৰ্তন কৰি কার্যত সেই আশাত চেঁচাপানী ঢালি দিয়া বুলি বিত্তীয় বিশেষজ্ঞসকলৰ একাংশৰ মত।

উল্লৌখ্য যে আগন্তুক জুন মাহত ‘বিশ্ব অর্থনীতিৰ সম্ভাৱনা’ (গ্লোবেল ইকন’মিক প্রছপেক্টছ) সংক্রান্তীয় ৰিপোর্ট প্রকাশৰ পথত আছে বিশ্ব বেঙ্ক। তাত চলিত বিত্তীয় বর্ষত বৃদ্ধিৰ সম্ভাৱনা আৰু কমাব পাৰে বুলি অনুমান কৰা হৈছে।

Tags: indianeconomyworldbankবিশ্ব বেংকভাৰতীয় অর্থনীত
Share4Tweet3Send

Related Posts

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ

March 4, 2026
50
Content Creator : ‘কণ্টেণ্ট ক্ৰিয়েটৰ’ হোৱাৰ সপোন আছে নেকি? এইবাৰ সুবিধা আনিছে কেন্দ্ৰীয় চৰকাৰে
Economy

Content Creator : ‘কণ্টেণ্ট ক্ৰিয়েটৰ’ হোৱাৰ সপোন আছে নেকি? এইবাৰ সুবিধা আনিছে কেন্দ্ৰীয় চৰকাৰে

by News Desk
February 2, 2026
50
Indian Economy : চলিত বিত্তীয় বৰ্ষৰ তুলনাত ভাৰতৰ জিডিপি বিকাশৰ হাৰ বৃদ্ধি পাইছে, লোকসভাত নিৰ্মলা সীতাৰমণ
Economy

Indian Economy : চলিত বিত্তীয় বৰ্ষৰ তুলনাত ভাৰতৰ জিডিপি বিকাশৰ হাৰ বৃদ্ধি পাইছে, লোকসভাত নিৰ্মলা সীতাৰমণ

by News Desk
January 29, 2026
50
ADVERTISEMENT
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Pawan Khera controversy : উচ্চতম ন্যায়ালয়ত নাকচ পৱন খেৰাৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন
National-International

Pawan Khera । গুৱাহাটী হাইকোৰ্টতো মুখথেকেচা পৱন খেৰাৰ, জামিন আবেদন খাৰিজ

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT