ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nagaon College I নগাঁও কলেজ(অট’নমাচ)ৰ সদ্য অৱসৰী উপাধ্যক্ষক বিদায় সম্বৰ্ধনা কলেজ শিক্ষক পৰিষদৰ

ষ্টাফ ৰিপৰ্টাৰ, নগাঁওঃ

Staff Reporter by Staff Reporter
March 31, 2023
Reading Time: 1 min read
A A
0
Nagaon College I নগাঁও কলেজ(অট’নমাচ)ৰ সদ্য অৱসৰী উপাধ্যক্ষক বিদায় সম্বৰ্ধনা কলেজ শিক্ষক পৰিষদৰ

RELATED POSTS

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

সুদীৰ্ঘ ৩৩ বছৰ নগাঁও কলেজত (Nagaon College) শিক্ষকতা কৰি আজি অৱসৰ গ্ৰহণ কৰা শিক্ষা প্ৰতিষ্ঠানখনৰ উপাধ্যক্ষ (Vice Chairman) ৰামপ্ৰসাদ পৌৰেলক কলেজখনৰ শিক্ষক পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

নগাঁও কলেজ
সদ্য অৱসৰী উপাধ্যক্ষক বিদায় সম্বৰ্ধনা:

এই উপলক্ষে নগাঁও কলেজ(অট’নমাচ)ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক ধ্ৰুৱজ্যোতি বৰুৱাৰ সভাপতিত্ব অনুষ্ঠিত সম্বৰ্ধনা সভাত মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ৰঞ্জিত কুমাৰ মজিন্দাৰে ড০ পৌৰেলৰ কৰ্মজীৱনৰ লগতে তেওঁৰ সৈতে থকা সৌহাদ্যপূৰ্ণ সম্পৰ্কৰ কথা ব্যক্ত কৰে।

ড: পদ্মেশ্বৰ সেনাপতিয়ে আঁত ধৰা সভাখনত ড: পৌৰেলৰ কৰ্মজীৱনৰ সহকৰ্মী কেইবা গৰাকী অধ্যাপক অধ্যাপিকাই নিজ ভাষণত সদ্য অৱসৰী উপাধ্যক্ষ গৰাকীৰ গুণৰাজিৰ বিষয়ে উল্লেখ কৰে। আনহাতে ড: ৰামপ্ৰসাদ পৌৰেলৰ শৈশৱ কালৰ পৰা আৰম্ভ কৰি কৰ্মজীৱন সামৰি নগাঁও কলেজ শিক্ষক পৰিষদে প্ৰস্ত্তত কৰা এখনি তথ্য চিত্ৰ সভাত পৰিবেশন কৰা হয়।

IMG 20230331 WA0021 | ASSAM TIMES POSTনগাঁও কলেজ শিক্ষক পৰিষদৰ দ্বাৰা আয়োজিত সম্বৰ্ধনা সভাত বিদ্যয়ী উপাধ্যক্ষ ড০ পৌৰেলে নগাঁও কলেজৰ লগত থকা তেওঁৰ আত্মিক সম্পর্কৰ কথা উল্লেখ কৰি অৱসৰৰ পাচতো শিক্ষা প্ৰতিষ্ঠানখনৰ লগত জড়িত থকাৰ ইচ্ছা ব্যক্ত কৰে । উল্লেখ্য যে ১৯৯০ বৰ্ষৰ ৩১ মে’ত বুৰঞ্জী বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মত যোগদান কৰা ড: ৰামপ্ৰসাদ পৌৰেলৰ সহজ সৰল ব্যক্তিত্বই শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক মুগ্ধ কৰি আহিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Nagaon College
Share4Tweet3Send

Related Posts

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority
Assam

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

by News Desk
October 1, 2026
51
Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ
Assam

Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ

by News Desk
October 1, 2026
51
Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ
Assam

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

by News Desk
September 30, 2026
52
NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ
Assam

NIA Operation : NIA-ৰ বৃহৎ অভিযান অসমত : জেহাদী সন্দেহত এতিয়ালৈকে ৬ জনক গ্ৰেপ্তাৰ

by News Desk
September 29, 2026
60
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

by News Desk
September 28, 2026
52
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
Assam

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

by News Desk
September 28, 2026
53
ADVERTISEMENT
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

October 1, 2026
55
Assam Restricts CM Convoys, Gives Emergency Vehicles Priority
Assam

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
51
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026
53
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

October 1, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

October 1, 2026
Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d