ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court I নেতাসকলে ধৰ্মক ব্যৱহাৰ কৰা বন্ধ নকৰালৈকে ঘৃণামূলক ভাষণ শেষ নহʼব : উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
March 30, 2023
Reading Time: 1 min read
A A
0
Supreme Court I নেতাসকলে ধৰ্মক ব্যৱহাৰ কৰা বন্ধ নকৰালৈকে ঘৃণামূলক ভাষণ শেষ নহʼব : উচ্চতম ন্যায়ালয়

RELATED POSTS

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

নিৰ্বাচন আহিলেই যেন ঘৃণামূলক ভাষণ আৰম্ভ হয়। ইয়াৰ পূৰ্বেও ইয়াক লৈ সৰৱ‌ হৈছে নাগৰিক সমাজ, সংবাদ মাধ্যমৰ একাংশ। এইবাৰ উচ্চতম ন্যায়ালয়ে (Supreme Court) ক্ষোভ প্ৰকাশ কৰিলে। বুধবাৰে উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ শুনানি গ্ৰহণ কৰি থকা অৱস্থাত ৰাজনীতিবিদৰ ঘৃণামূলক ভাষণক লৈ সৰৱ হয় ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰত্নেৰ বিচাৰপীঠ। জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত মাজনিশাও বৈঠক অনুষ্ঠিত হʼলে দূৰ-দূৰণিৰ পৰা মানুহ গোট খাইছিল তেওঁলোকৰ ভাষণ শুনিবলৈ, দাবী কৰে ন্যায়াধীশ দুগৰাকীয়ে।

অৱশ্যে এতিয়া পৰিস্থিতি বেলেগ। ন্যায়াধীশ জোচেফে (Justice Joseph) দাবী কৰে যে আজিৰ ৰাজনীতিবিদসকলে নিজৰ কামৰ লগত ধৰ্মক মিহলাই লৈছে। ৰাজহুৱা সভাত ঘৃণামূলক ভাষণ ৰোধৰ বাবে পদক্ষেপ নোলোৱাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা অৱজ্ঞাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ জোচেফে কয় যে ধৰ্ম আৰু ৰাজনীতি (Religion and Politics) সম্পূৰ্ণ পৃথক (Completely different)। ইটো সিটোৰ লগত মিহলি হোৱাটো কঠিন। আজিৰ ৰাজনীতিবিদসকলে (Politicians) ধৰ্মক ৰাজনীতিৰ লগত মিহলাই দিয়ে (Mixes religion with politics)। আৰু ইয়াতেই সমস্যাৰ সৃষ্টি হয়। আমি ৰাজনীতিত ধৰ্মৰ ব্যৱহাৰ বন্ধ কৰিলেহে সকলো সমস্যা সমাধান হব। ঘৃণামূলক ভাষণৰ কোনো সম্ভাৱনা নাথাকিব।

উচ্চতম ন্যায়ালয়
ধৰ্মক ব্যৱহাৰ কৰা বন্ধ নকৰালৈকে ঘৃণামূলক ভাষণ শেষ নহʼব : উচ্চতম ন্যায়ালয়

ন্যায়াধীশসকলে মন্তব্য কৰে, প্ৰতিটো কাৰ্যৰ সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। তেওঁলোকে সংবিধান অনুসৰি সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে। কিন্তু ন্যায়াধীশসকলে কয়, “ৰাজ্য আৰু কেন্দ্ৰই ঘৃণামূলক ভাষণৰ কোনো দায়িত্ব লোৱা নাই। তেওঁলোকে কয় যে ৰাজ্যই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আমি হস্তক্ষেপ কৰিব লাগিব। ৰাজ্য ক্ষমতাহীন হৈ বহি আছে। নিশ্চুপ হৈ বহি থাকিলে ক্ষমতাত থকাৰ অৰ্থ কি?”

এই প্ৰসংগত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে কেন্দ্ৰ মৌন হৈ বহি থকা‌ নাই। কেন্দ্ৰই পিএফআইক নিষিদ্ধ কৰিছে। কিন্তু তুষাৰে ৰাজ্য সন্দৰ্ভত কোনো মন্তব্য দিব নোৱাৰিলে। কিন্তু এই দায়িত্ব কেৱল ৰাজ্য বা কেন্দ্ৰৰ নহয়। প্ৰতিজন ভাৰতীয়ই ইয়াৰ বিৰুদ্ধে আগবাঢ়ি আহিব লাগে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে টেলিভিছন বা আন সংবাদ মাধ্যমত ঘৃণামূলক ভাষণ প্ৰচাৰ কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Justice JosephReligion and Politicssupreme courtউচ্চতম ন্যায়ালয়ধৰ্ম আৰু ৰাজনীতিন্যায়াধীশ জোচেফ
Share5Tweet3Send

Related Posts

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত
National-International

Brutal murder : হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি আধা বিৰিয়ানীৰ পাত্ৰত লুকুৱাই আধা ছুটকেছত ভৰাই উঠাই দিলে ৰে’লত

by News Desk
August 24, 2026
51
Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu : ফোন চুৰিক লৈ নাৰ্চিং কলেজত স্থানীয় আৰু উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ মাজত সংঘৰ্ষ, হস্তক্ষেপ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ

by News Desk
August 24, 2026
51
ADVERTISEMENT
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
Assam

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
50
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained
NORTHEAST

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
50
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Cachar Police (Assam) Seize 34,400 Foreign Cigarette Packs, Arrest Two

August 25, 2026
Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

Arunachal Trafficking Crackdown Rescues 19 Children; 3 Detained

August 25, 2026
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d