ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rajasthan Police I ৰাজস্থানৰ ৪ জিলাৰ পৰা এদিনতে গ্ৰেপ্তাৰ ২৫০০ অপৰাধীক!

নিউজ ডেস্কঃ

News Desk by News Desk
March 28, 2023
Reading Time: 1 min read
A A
0
Rajasthan Police I ৰাজস্থানৰ ৪ জিলাৰ পৰা এদিনতে গ্ৰেপ্তাৰ ২৫০০ অপৰাধীক!

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

ৰাজস্থান আৰক্ষীয়ে (Rajasthan Police) এদিনতে ২৫০০ৰো অধিক অপৰাধীক গ্ৰেপ্তাৰ (More than 2500 criminals arrested) কৰে। সেয়া কেৱল ভৰতপুৰ ৰেঞ্জৰ চাৰিখন জিলাৰ পৰা!অপৰাধীক ধৰিবলৈ ৰাজস্থান আৰক্ষীয়ে আৰম্ভ কৰে বিশেষ অভিযান। সেই অভিযানত আৰক্ষীয়ে ভৰতপুৰ, ঢোলপুৰ, কৰৌলী আৰু ছাৱাই মাধোপুৰৰ পৰা মুঠ ২৫১৮জন অপৰাধীক গ্ৰেপ্তাৰ কৰে।

 ৰাজস্থান
ৰাজস্থানৰ ৪ জিলাৰ পৰা এদিনতে গ্ৰেপ্তাৰ ২৫০০ অপৰাধীক:

ৰাজ্যিক আৰক্ষীৰ ডিজি উমেশ মিশ্ৰই কয় যে অতিৰিক্ত ডিজি (ক্ৰাইম) দীনেশ এম এনৰ নেতৃত্বত এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা ২৫০০ অপৰাধীৰ ভিতৰত ২২৮ জন অপৰাধী, ১৫ জন কুখ্যাত অপৰাধী (15 notorious criminals)।

সোমবাৰে ভৰতপুৰ ৰেঞ্জৰ (Bharatpur Range) চাৰিখন জিলাত আৰক্ষীয়ে অভিযান চলায়। ৫০০ টা দলত বিভক্ত কৰি এই অভিযানত মোতায়েন কৰা হয় ৰাজ্যৰ আৰক্ষীক। সেই গোটত মুঠ ৩৭৫০ জন লোক আছিল। ডিজি উমেশ মিশ্ৰই কয়, “আৰক্ষীয়ে গঠন কৰা ৫০০টা দলে ২৮৬০টা স্থানত তালাচী চলায়। কেৱল কোটা, জয়পুৰ ৰেঞ্জ আৰু চুৰু জিলাৰ পৰা ২,০৫১জন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।”

ডিজিয়ে লগতে কয় যে ভৰতপুৰৰ পৰা ৮০৫ জন অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে। ঢোলপুৰৰ পৰা ৪৬০ জন, কৰৌলীৰ পৰা ৫৩০ জন আৰু ছাৱাই মাধোপুৰৰ পৰা ৭২৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই তালাচী অভিযানত এটা বন্দুক, ২৩টা দেশীয় ৰিভলভাৰ, এটা পিষ্টল, ২৫টা কাৰ্টিজ আৰু ৫টা চোকা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Tags: 2500 criminalsRajasthan Police২৫০০ অপৰাধীৰাজস্থান আৰক্ষী
Share4Tweet3Send

Related Posts

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
National-International

by Staff Reporter
July 25, 2026
50
Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত
National-International

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

by Staff Reporter
July 25, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

by News Desk
July 24, 2026
50
NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন
National-International

NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

by News Desk
July 24, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ

by News Desk
July 24, 2026
50
CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই
National-International

CJP protest : ধৰ্মেন্দ্ৰৰ পদত্যাগৰ দাবীত অটল চিজেপি, শনিবাৰলৈ সময় বিচাৰিছে কেন্দ্ৰই

by News Desk
July 24, 2026
50
ADVERTISEMENT
Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে
National-International

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
50
Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত
National-International

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

July 25, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026
50
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

Sonam Wangshuk I অনশন ভংগ কৰাৰ আঁৰত কিবা ৰহস্য আছে নেকি? চৰকাৰৰ সৈতে আপোচৰ অভিযোগত মুখ খুলিলে ৱাংচুকে

July 25, 2026
Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

Delhi protest I যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীত দুষ্কৃতিকাৰীক ধৰিবলৈ ‘মুখ চিনাক্তকৰণ’ ব্যৱস্থা, ২৫০০ আৰক্ষীক আক্ৰমণকাৰী চিনাক্ত

July 25, 2026
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT