ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Member of Parliamentary I সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ ভয় খাইছে প্ৰধানমন্ত্ৰী, সেয়ে মোৰ সাংসদ পদ খাৰিজ : ৰাহুল গান্ধী

নিউজ ডেস্কঃ

News Desk by News Desk
March 25, 2023
Reading Time: 1 min read
A A
0
Member of Parliamentary I সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ ভয় খাইছে প্ৰধানমন্ত্ৰী, সেয়ে মোৰ সাংসদ পদ খাৰিজ : ৰাহুল গান্ধী

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

সাংসদ পদ (MP’s Post)ৰ পৰা বৰ্খাস্ত হোৱাৰ পিছত প্ৰথম সংবাদমেলত ৰাহুল গান্ধী (Rahul Gandhi)য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু তেওঁৰ ‘ঘনিষ্ঠ’ উদ্যোগপতি গৌতম আদানীক লৈ প্ৰশ্ন উত্থাপন কৰে। মোডী-আদানী সম্পৰ্কক (Modi-Adani Relation) লৈ সংসদত প্ৰশ্ন উত্থাপন কৰাৰ বাবে তেওঁক লক্ষ্য কৰি লোৱা বুলিও তেওঁ কয়। ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে আদানীৰ ঘনিষ্ঠ চীনা ঔদ্যোগিক কোম্পানীসমূহে দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ‘অংশগ্ৰহণ’ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

 প্ৰধানমন্ত্ৰী
সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ ভয় খাইছে প্ৰধানমন্ত্ৰী:

শনিবাৰে এখন সংবাদমেলযোগে ৰাহুলে কয়, “মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বিমানত তেওঁৰ ভ্ৰমণ সংগী আদানীৰ ছবি সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপন কৰিলোঁ। ইয়াৰ পিছত দেশৰ বিভিন্ন বিমানবন্দৰৰ দায়িত্ব অনিয়মিতভাৱে আদানীক দিয়া হয়।”

ৰাহুলে দাবী কৰে যে মোডীৰ সৈতে আদানীৰ সম্পৰ্ক ‘দীৰ্ঘদিনীয়া’। একে সময়তে তেওঁ মন্তব্য কৰে, “কিন্তু তেওঁ (আদানি) কʼৰ পৰা আহিছিল মই নাজানো।“ ৰাহুলে কয়, “মোডীৰ ৰাজ্যৰ আদালতৰ ৰায় ব্যৱহাৰ কৰি তেওঁক সংসদৰ সদস্য হিচাপে বৰ্খাস্ত কৰিলেও মই ভয় কৰা নাই, দেশৰ স্বাৰ্থত যুঁজি থাকিম। ইমান দিনৰ পাছতো তেওঁলোকে (বিজেপি) সেই কথা বুজি পোৱা নাই।”

rahul gandhi | ASSAM TIMES POST

গুজৰাটৰ চুৰাট জিলা আদালতে বৃহস্পতিবাৰে ৰাহুল গান্ধীক ‘মোডী’ উপাধিৰ ওপৰত কৰা আপত্তিজনক মন্তব্যৰ বাবে ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তাৰ আধাৰত লোকসভাৰ অধ্যক্ষ ওম বিড়লাই ভাৰতীয় সংবিধানৰ ১০২(১) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন (১৯৫১)ৰ ৮ নং অনুচ্ছেদ অনুসৰি শুকুৰবাৰে ৰাহুলক সাংসদ পদৰ পৰা বৰ্খাস্ত কৰে। সংবাদমেলত ৰাহুলে দাবী কৰে, “সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ প্ৰধানমন্ত্ৰীয়ে ভয় খাইছিল। সেই কাৰণেই এইটো কৰা হ’ল।”

ৰাহুলে প্ৰশ্ন উত্থাপন কৰে যে আদানীৰ এখন প্ৰতিৰক্ষা ফাৰ্মে কেনেকৈ ৰাতিটোৰ ভিতৰতে ২০ হাজাৰ কোটি টকা পালে। কিছু মাহ পূৰ্বে শ্ৰীলংকাৰ বিদ্যুৎ বোৰ্ডৰ অধ্যক্ষই মোডীয়ে কলম্বোক হেঁচা প্ৰয়োগ কৰি আদানীক বিদ্যুৎ প্ৰকল্পটো প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

আনহাতে, ব্ৰিটেইন ভ্ৰমণৰ সময়ত বিজেপি শিবিৰে উত্থাপন কৰা অভিযোগ খণ্ডন কৰি ৱেয়নাড়ৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয, “মই কোনো ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰা নাছিলৌঁ। যদি তেওঁলোকে মোক সুযোগ দিয়ে তেন্তে সংসদতো সেই বিষয়ে কʼম। কিন্তু কʼবলৈ দিয়া নহʼল। ক’বলৈ প্ৰথম চিঠিখন দিছোঁ। দ্বিতীয়খনো চিঠি পঠাইছোঁ। বক্তাজনকো লগ পালোঁ৷ কিন্তু কোৱাৰ সুযোগ নাপালোঁ।”

Tags: Rahul gandhiসংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ ভয় খাইছেসেয়ে মোৰ সাংসদ পদ খাৰিজৰাহুল গান্ধী
Share4Tweet3Send

Related Posts

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

by Staff Reporter
June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

by Staff Reporter
June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

by Staff Reporter
June 23, 2026
50
Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু
National-International

Police encounter : পেৰ’লত মুকলি হৈ হত্যাৰ ষড়যন্ত্ৰ ৰচা যাৱজ্জীৱন কাৰাদণ্ডৰ দোষীৰ আৰক্ষীৰে সংঘৰ্ষত মৃত্যু

by News Desk
June 22, 2026
50
Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী
National-International

Lucknow coaching center fire : লক্ষ্ণৌৰ কোচিং চেণ্টাৰত অগ্নিকাণ্ডত কমেও ১৪ জনৰ মৃত্যু হয়, অধিকাংশই ছাত্ৰ-ছাত্ৰী

by News Desk
June 22, 2026
50
ADVERTISEMENT
Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়
National-International

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
50
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ
National-International

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026
50
Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪
National-International

Lucknow fire case I আৱাসিক ঘৰ পৰিৱৰ্তন কৰিছিল ব্যৱসায়িক অট্টালিকালৈ, লক্ষ্ণৌৰ কোচিং চেণ্টাৰৰ অগ্নিকাণ্ডত গ্ৰেপ্তাৰ ৪

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

June 23, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrohMos I ভাৰতৰ পৰা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ আগ্ৰহী পশ্চিম এছিয়াৰ এখন দেশ

June 23, 2026
Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

Solicitor General I ছলিচিটৰ জেনেৰেল হিচাপে ৩ বছৰ কাৰ্যকাল বৃদ্ধি তুষাৰ মেহতাৰ

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx