ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rape I নিজ কন্যাকেই বাৰম্বাৰ ধর্ষণ পিতৃৰ, যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 25, 2023
Reading Time: 1 min read
A A
0
Rape I নিজ কন্যাকেই বাৰম্বাৰ ধর্ষণ পিতৃৰ, যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

নিজ কন্যা (daughter) কেই বাৰম্বাৰ ধর্ষণৰ (rapes) অভিযোগত দোষী সাব্যস্ত হ’ল প্রৌঢ়। তেওঁক যাৱজ্জীবন কাৰাদণ্ড (Life imprisonment) বিহে আদালতে। মৃত্যু পর্যন্ত জে’লতেই কটাব লাগিব তেওঁ।তামিলনাডুৰ তিৰুপুৰৰ (Tirupur in Tamil Nadu) উদুমালপেট গাঁৱৰ বাসিন্দা (resident of Udumalpet village) অভিযুক্ত প্রৌঢ় (Prawda)। তেওঁৰ বয়স ৫৯ বছৰ। তেওঁৰ প্রথম পক্ষৰ তিনি সন্তান আছে।

 ধর্ষণ
নিজ কন্যাকেই বাৰম্বাৰ ধর্ষণ পিতৃৰ:

তেওঁলেকৰ আগতেই বিয়া হৈ গৈছে। ইয়াৰ পিছত ১৩ বছৰ পূৰ্বে পুনৰ বিয়া কৰায় প্রৌঢ়ই। দ্বিতীয় বিবাহত তেওঁৰ কন্যা সন্তান জন্মে, যাৰ বয়স ১১ বছৰ। দ্বিতীয় পক্ষৰ পত্নীৰ সৈতে প্রৌঢ়ৰ বিচ্ছেদ হয়। পত্নী গুচি গ’লেও কন্যাক নিজৰ লগতেই ৰাখে অভিযুক্তই।

অভিযোগ অনুসৰি, ২০১৯ চনত নাবালিকা কন্যা প্রৌঢ়ৰ লালসাৰ চিকাৰ হয়। তেওঁক পিতৃয়ে মাৰধৰ কৰিছিল৷ মদ্যপান কৰি একাধিকবাৰ ধর্ষণৌ কৰাৰ অভিযোগ। আৰক্ষীয়ে জনোৱা মতে, পিতৃৰ অত্যাচাৰৰ কথা খুড়ীয়েকক জনায় বালিকা। কিন্তু খুড়ীয়েকে তেওঁক এই ঘটনাৰ কথা কাকো নজনোৱাৰ পৰামর্শ দিয়ে।

ইয়াৰ পিছত বালিকাগৰাকীয়ে পিতৃৰ অত্যাচাৰৰ কথা স্কুলৰ বন্ধুসকলক জনায়। তেওঁলেকৰ পৰা শিক্ষকৰ কাণত পৰে। প্রধান শিক্ষয়িত্ৰীয়ে গম পোৱাত তেওঁ গৈ স্থানীয় থানাত অভিযোগ দাখিল কৰৌ। অভিযোগৰ ভিত্তিত গ্রেপ্তাৰ কৰা হয় বৃদ্ধক।

তামিলনাডুৰ তিৰুপুৰ মহিলা আদালতে এই ঘটনাৰ বিচাৰকার্য চলাইছিল। শুকুৰবাৰে সন্ধ্যা বিচাৰৰ শেষত ৰায় দিয়ে আদালতে। বৃদ্ধক পাঁচ হাজাৰ টকা জৰিমনা বিহা হৈছে। লগতে যাৱজ্জীৱন কাৰাবাসৰ নির্দেশ দিয়ে বিচাৰকে। ইয়াৰ উপৰি নির্যাতিতা নাবালিকাক আঢ়ৈ লাখ টকা ক্ষতিপূৰণ দিয়াৰে নির্দেশ দিয়া হৈছে ৰাজ্য চৰকাৰক।

Tags: doughterRapeকন্যাধর্ষণ
Share4Tweet3Send

Related Posts

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

by Staff Reporter
June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

by Staff Reporter
June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

by Staff Reporter
June 13, 2026
50
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

by News Desk
June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

by News Desk
June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

by News Desk
June 12, 2026
50
ADVERTISEMENT
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx