ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi I অৱশেষত নীৰৱতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে, যুঁজৰ বাৰ্তা কংগ্রেছ নেতাজনৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 24, 2023
Reading Time: 1 min read
A A
0
Rahul Gandhi I অৱশেষত নীৰৱতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে, যুঁজৰ বাৰ্তা কংগ্রেছ নেতাজনৰ

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

সাংসদ পদ খাৰিজৰ (MP’s post dismissed) পিছত অৱশেষত নীৰৱতা ভংগ (Breaking silence) কৰিলে ৰাহুল গান্ধী (Rahul Gandhi)য়ে। শুকুৰবাৰে সন্ধিয়া টুইট (Tweet) কৰে টুইটত লিখিছে, ‘‘দেশৰ কণ্ঠস্বৰৰ বাবে যুঁজ দিছোঁ প্রতিটোৰে মূল্য পৰিশোধ কৰিবলৈ প্রস্তুত।’’উল্লেখ্য, ‘মোদী’ উপাধিক লৈ আপত্তিজনক মন্তব্যৰ কাৰণে বৃহস্পতিবাৰে ৰাহুলক ২ বছৰৰ কাৰাদৰ (2 yrs Jail) শাস্তি শুনায় গুজৰাটৰ চুৰাট জিলা আদালতে (Surat Dist. Court)।

ৰাহুল গান্ধী
অৱশেষত নীৰৱতা ভংগ কৰিলে ৰাহুল গান্ধীয়ে:

তাৰেই ভিত্তিত ভাৰতীয় সংবিধানৰ ১০২(১)-ই অনুচ্ছেদ আৰু জনপ্রতিনিধিত্ব আইন (১৯৫১)ৰ ৮ নম্বৰ অনুচ্ছেদ অনুযায়ী শুকুৰবাৰে ৰাহুলৰ সাংসদ পদ খাৰিজ কৰে লোকসভাৰ অধ্যক ওম বিড়লাই।বিগত বছৰৰ ৭ ছেপ্টেম্বৰত ‘ভাৰত জোড়ো যাত্রা’ আৰম্ভ কৰে ৰাহুলে। চলিত বছৰৰ ৩০ জানুৱাৰীত এই কাৰ্যসূচী অন্ত পৰে।

এই কাৰ্যসূচী সফল হোৱা বুলি দাবী কৰিছে কংগ্রেছে। এই যাত্রাত অংশগ্ৰহণ কৰি দৃষ্টি আকৰ্ষণ কৰিছিল ৰাহুলেও। তাৰ পিছত আদানি বিতর্কে সৰৱ হয় ৰাহুল। ওলোটাই কংগ্রেছক আক্ৰমণ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। তেনে পৰিস্থিতিত এইবাৰ ৰাহুলৰ সাংসদ পদ খাৰিজৰ পদক্ষেপত কংগ্রেছ বনাম বিজেপি দ্বৈৰথত নতুন মাত্রাৰ সংযোগ ঘটিল।

Tags: Rahul gandhirahulTweetৰাহুল গান্ধীৰাহুলটুইট
Share4Tweet3Send

Related Posts

Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

by Staff Reporter
April 30, 2026
50
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎
National-International

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

by Staff Reporter
April 30, 2026
50
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭
National-International

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

by Staff Reporter
April 30, 2026
50
‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

Delhi High Court : দিল্লী উচ্চ ন্যায়ালয়ত ভাৰ্চুৱেল শুনানিৰ সময়ত পৰ্ণগ্ৰাফী, হেক হোৱাৰ আশংকাত বিচাৰ বন্ধ

by News Desk
April 29, 2026
50
Petrol prices : ১ মে’ৰ পৰা বৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য, কি কয় কেন্দ্ৰীয় চৰকাৰে

ADVERTISEMENT
Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা
National-International

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026
50
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎
National-International

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

April 30, 2026
50
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭
National-International

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

April 30, 2026
50
‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎
National-International

‎ট্ৰাম্পৰ সৈতে ৯০ মিনিট ধৰি ফোনত কথোপকথন পুটিনৰ I আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক বিশেষ সতৰ্কবাণী জাৰি ‎

April 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Emergency Landing I ১৩৭ জন যাত্ৰীৰ সৈতে হায়দৰাবাদত জৰুৰী অৱতৰণ, বাৰাণসী অভিমুখী বিমানত যান্ত্ৰিক সমস্যা

‎বিশ্বব্যাপী ইন্ধনৰ ব্যয়ৰ ওপৰত বিমানৰ ভাড়া বৃদ্ধি I ভাৰতীয় হজ ২০২৬ তীৰ্থযাত্ৰীয়ে অতিৰিক্ত ১০,০০০ টকা পৰিশোধ কৰিব লাগিব 

April 30, 2026
‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

‎বিবাহৰ শোভাযাত্ৰাত ডিজে বাকচৰ শব্দত ১৪০ টা কুকুৰাৰ মৃত্যু I আৰক্ষীৰ ওচৰত অভিযোগ দাখিল ‎

April 30, 2026
‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

‎প্ৰবল বৰষুণত ভাঙি পৰিল চিকিৎসালয়ৰ দেৱাল I বেংগালুৰুত দুটি শিশুসহ মৃত্যু ৭, আহত ৭

April 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT