ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মহাৰাষ্ট্ৰঃ বুধবাৰে সন্ধিয়া ৫ বজাৰ পূৰ্বে লাইভ আস্থা ভোটৰ নিৰ্দেশ ছুপ্ৰিম ক’ৰ্টৰ

ASSAM TIMES POST by ASSAM TIMES POST
November 26, 2019
Reading Time: 1 min read
A A
0
মহাৰাষ্ট্ৰঃ বুধবাৰে সন্ধিয়া ৫ বজাৰ পূৰ্বে লাইভ আস্থা ভোটৰ নিৰ্দেশ ছুপ্ৰিম ক’ৰ্টৰ

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ে মঙলবাৰে মহাৰাষ্ট্ৰৰ আস্থা ভোটৰ বাবে সময়সীমা বান্ধি দিয়ে বুধবাৰে সন্ধিয়া ৫ বজা। বিধায়কৰ শপতগ্ৰহণৰ পাছত সন্ধিয়া ৫ বজাৰ লগে লগে মহাৰাষ্ট্ৰৰ আস্থা ভোট সম্পন্ন হ’ব লাগিব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে কয়।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কুছয়াৰীয়ে ভাৰতীয় জনতা পাৰ্টিক মহাৰাষ্ট্ৰৰ পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ নিমন্ত্ৰণ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই শিৱ সেনা, কংগ্ৰেছ আৰু নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি)য়ে যুটীয়াভাৱে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিতে ছুপ্ৰিম ক’ৰ্টে এই নিৰ্দেশনা প্ৰদান কৰিলে। সেয়েহে নিয়ম অনুসৰি বুধবাৰে প্ৰথমে ৰাজ্যপালে বিধান সভাৰ প্ৰ-টেম অধ্যক্ষক শপত বাক্য পাঠ কৰাব।

তাৰ পাছত, প্ৰ-টেম অধ্যক্ষই মহাৰাষ্ট্ৰ বিধান সভাৰ ২৮৭ গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে আস্থা ভোটৰ বাবে ওৱান-লাইন হুইপ জাৰি কৰা হৈছে আৰু সেয়ে ভোট দান আৰম্ভ হ’ব। ইয়াত কোনেও গোপন বেলটৰ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু সমগ্ৰ প্ৰক্ৰিয়া ৫ বজাৰ পূৰ্বে সমাপ্ত হ’বই লাগিব। সৰ্বোচ্চ ন্যায়ালয়ে গোটেই প্ৰক্ৰিয়াটোৰ লাইভ টেলিকাষ্ট কৰিবলৈয়ো নিৰ্দেশ প্ৰদান কৰে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

by Staff Reporter
June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

by Staff Reporter
June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

by Staff Reporter
June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

ADVERTISEMENT
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ
National-International

US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT