ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

খটখটীত মাৰাত্মত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ সফলতা

ছাইদুল ইছলামঃ

News Desk by News Desk
March 12, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

খটখটী (Khatkhati)ত আৰক্ষী-চিআৰপিএফ (Police-CRPF)ৰ যৌথ তালাচীত প্ৰায় ২৫ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ’ইনসহ আটক এটা সৰবৰাহকাৰী।

অসম-নাগালেণ্ড সীমান্ত (Assam-Nagaland Border)ত আজি উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন (Heroin)৷

kha 1 1 | ASSAM TIMES POST

শনিবাৰে অসম-নাগালেণ্ড সীমান্তৰ খটখটী আৰু শুকানজান (Sukanjan)ত আৰক্ষীৰ অভিযানত উদ্ধাৰ (Rescued) হৈছিল বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ (Drugs)৷

অসম-নাগালেণ্ড সীমান্তঞ্চলত নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত আজি পুৱাৰ ভাগতে খটখটীত পুনৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰ’ইন ৷

KhatkhatiP | ASSAM TIMES POST

প্ৰাপ্তখবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী ((Bokajan Police) বিষয়া জন দাস (Jone Das)ৰ নেতৃত্বত আৰু খটখটী থানাৰ অ’ চি ৰমেন বৰদলৈ (Ramen Bordoloi), থানা ষ্টাফ লগতে বোকাজানৰ C 20 চিআৰপিএফৰ সহযোগত খটখটী এছ বি আই বেঙ্কৰ সন্মুখত নাকা তালাচী বহোৱা হয় ৷

উক্ত সময়তে ডিমাপুৰৰ পৰা আহি থকা বগা ৰঙৰ AS-09-J-4746 পঞ্জীয়ন নম্বৰৰ এখন বলেৰ’ বাহনত তালাচী চলাই উদ্ধাৰ কৰা হয় বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰইন৷

khatkhatiP1 | ASSAM TIMES POST

সৰবৰাহকাৰী বলেৰ’ বাহনখনৰ মুধচক কৌশলগতভাৱে গোপন চেম্বাৰ নিৰ্মান কৰি লুকুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল হেৰইনখিনি৷

তালাচী কালত বাহনখনৰ পৰা অভিযানকাৰী দলটোৱে ৩৯০টা চাবোনৰ বাকচত প্ৰায় পাঁচ কেজি (Five KG) ওজনৰ সন্দেহযুক্ত হেৰইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

kha 7 1 | ASSAM TIMES POST

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে কয় যে উদ্ধাৰ হোৱা হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ কোটি টকা হ’ব ৷

সন্দেহযুক্ত হেৰইনখিনিৰ সৈতে অভিযানকাৰী দলটোৱে হোজাই জিলাৰ ৪১ বছৰীয়া ফুজেল আহমেদক আটক কৰিবলৈ সক্ষম হৈছে ৷

অধিক তথ্যৰ বাবে ধৃত ফিজুল আহমেদক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানি পৰা গৈছে ৷

Tags: DrugsKhatkhatiখটখটীড্ৰাগছ
Share4Tweet3Send

Related Posts

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ADVERTISEMENT
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
50
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান
National-International

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

June 13, 2026
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

June 13, 2026
জম্মু-কাশ্মীৰৰ পুঞ্চত গ্ৰেনেড বিস্ফোৰণত শ্বহীদ সেনাৰ কেপ্টেইন আৰু জে চি অ’, আহত ৬ জন জোৱান

JK Granade blast । প্ৰশিক্ষণৰ সময়তে গ্ৰেনেড বিস্ফোৰণত গুৰুতৰভাৱে আহত দুই ভাৰতীয় সেনা জোৱান

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx