ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পূব আৰু পশ্চিম কাৰবি আংলঙৰ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ডিফুত লাচিত দিৱস উদযাপন

ASSAM TIMES POST by ASSAM TIMES POST
November 24, 2019
Reading Time: 1 min read
A A
0
পূব আৰু পশ্চিম কাৰবি আংলঙৰ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ডিফুত লাচিত দিৱস উদযাপন

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

ডিফু : পূব আৰু পশ্চিম কাৰবি আংলঙৰ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি পুৱা ডিফুৰ ৰংখেলান স্থিত চিটি বৰ্ডৰ কাষত জিলা সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত অসমৰ জাতীয় বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তীটো লাচিত দিৱস হিচাপে পালন কৰা হয় ৷ এই উপলক্ষে দেওবাৰে পুৱা কাৰবি আংলং জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰে সভাপতি দাদুল সেনাপতিয়ে ৷

WhatsApp Image 2019 11 24 at 7.28.28 PM e1574605334792 | ASSAM TIMES POST

বন্তি প্ৰজলন কৰে সভাপতি দাদুল সেনাপতি আৰু সম্পাদক মনেশ্বৰ বে’ই ৷ নেতা দুগৰাকীক অনুসৰণ কৰি অন্যান্য বিষয়ববীয়াই জাতীয় বীৰ গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক মনেশ্বৰ বে’ই ৷ দাদুল সেনাপতিৰ পৌৰুহিত্যত অনুষ্ঠিত সভাত বিভিন্ন বক্তাই জাতীয় বীৰ জনৰ জীৱনাদৰ্শ, ত্যাগ আৰু বীৰত্বৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় লগতে বক্তা সকলে নৱ প্ৰজন্মক লাচিতৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আপোছ বিহীন ভাবে দেশ তথা জাতি ৰক্ষাৰ শেষ ৰণ খনত জঁপিয়াই পৰাৰ আহ্বান জনায় ৷ ইয়াৰোপৰি যুৱ পৰিষদৰ বিষয়া মনোজ কুমাৰ শৰ্মাৰ জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদলৈ আগবঢ়োৱা সেৱাৰ বাবে আজিৰ সভাই বিশেষভাবে শলাগ লয় ৷৷

Tags: Featured2
Share23Tweet3Send

Related Posts

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু
KARBI ANGLONG

Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
ADVERTISEMENT
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx