ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Naked Human I হোজাইৰ ব্যক্তিগত ছাত্ৰীবাসৰ ঘটনাৰ উলংগ মানৱক গ্ৰেপ্তাৰ

হোজাইৰ পৰা মনোজ কুমাৰ পাঠকঃ

News Desk by News Desk
March 4, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

যোৱাকালি হোজাইৰ ব্যক্তিগত খণ্ডৰ ছাত্ৰীবাসৰ উলংগ মানৱ (Naked human) অন্যহাতে আন এটা ছাত্ৰীবাসৰ সেই ছাত্ৰীবাসৰে ছাত্ৰীক পৃথক পৃথক স্থানত কৰা চুৰিকাঘাত বাতৰি সম্প্ৰচাৰ হৈছিল। বাতৰি সম্প্ৰচাৰ পিছতেই আৰক্ষীৰ অভিযান হৈছিল অধিক তীব্ৰতৰ । অভিযানৰ পিছতেই উলংগ মানৱ অমৰ ৰাজকুমাৰ বুলি চিনাক্ত কৰি ইতিমধ্যে গ্ৰেপ্তাৰ হোজাই আৰক্ষী (Hojai Police)ৰ।

Naked Human
Naked Human:

অন্যহাতে ছাত্ৰীক চুৰিকাঘাত সংঘটিত কৰা দুৰ্বিত তিনিটাকো আৰক্ষীৰ তীব্ৰতৰ অভিযানত গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা চাৰিটা দুৰ্বৃত্ত ক্ৰমে সুব্ৰত দাস, গোপাল ৰায়, ৰকী দাস, টিটুমনি ।

hojaiP3 | ASSAM TIMES POST

এই ক্ষেত্ৰত পৃথক পৃথক স্থানৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰা হোজাই আৰক্ষী যে সষ্টম তাক অৱশ্যে প্ৰমাণ কৰি দেখুৱালে বাতৰি সম্প্ৰচাৰ হোৱা ২৪ঘণ্টাৰ পিছতেই।

hojaiP4 | ASSAM TIMES POST

উল্লেখযোগ্য যে অমৰ ৰাজকুমাৰে নিশা হলেই ছাত্ৰীবাসত প্ৰৱেশ কৰিছিল সেয়ে হোজাই নতুন বজাৰৰ পাছ আলি ৰাজহুৱা স্থানত আৰক্ষীয়ে নি অমৰ ৰাজকুমাৰৰ কি HOJAI PS CASE NO 125/2023 U/S 379/354(B)IPC ধাৰা লগোৱা হল সেয়া প্ৰিন্ট কৰি নিজৰ পোষ্টাৰ নিজেই লগালে বিদ্যুৎৰ খুটিত। আৰক্ষীয়ে লৈ যোৱা আছামিক দেখি ক্ষোভ উজাৰিলে ৰাইজে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HOJAINaked humanউলংগ মানৱহোজাই
Share6Tweet4Send

Related Posts

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

by News Desk
September 21, 2026
50
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
50
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
50
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
57
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

by News Desk
September 19, 2026
51
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

52
ADVERTISEMENT
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

September 21, 2026
50
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ
National-International

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

September 21, 2026
50
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026
50
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

September 21, 2026
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

September 21, 2026
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d