ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Adani Group I আদানী বিতৰ্ক : শ্বেয়াৰ বজাৰৰ নিৰাপত্তা পৰীক্ষাৰ বাবে কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 3, 2023
Reading Time: 1 min read
A A
0
Adani Group I আদানী বিতৰ্ক : শ্বেয়াৰ বজাৰৰ নিৰাপত্তা পৰীক্ষাৰ বাবে কমিটী গঠন উচ্চতম ন্যায়ালয়ৰ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

আমেৰিকাৰ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গৰ (Hindenburg Research) প্ৰতিবেদনৰ পিছতে আদানী গ্ৰুপৰ (Adani Group) শ্বেয়াৰ হ্ৰাস পায়। হিণ্ডেনবাৰ্গে গৌতম আদানীৰ (Gautam Adani) মালিকানাধীন সংঘবদ্ধ কোম্পানীটোক শ্বেয়াৰত হেতালি খেলাৰ অভিযোগ উত্থাপন কৰে। বহু বিনিয়োগকাৰীয়ে আদানী শ্বেয়াৰৰ পৰা ধন উলিয়াবলৈ আৰম্ভ কৰে। উচ্চতম ন্যায়ালয়ত দুটা গোচৰ ৰুজু হৈছিল।

Adani Group
আদানী বিতৰ্ক:

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে বিনিয়োগকাৰীৰ আস্থাৰ বিষয়টো চোৱাচিতা কৰিবলৈ এখন কমিটী গঠন কৰে। শ্বেয়াৰ বজাৰত (Share Market) উত্থাপিত ‘অনিয়ম’ৰ অভিযোগ চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিয়া হয় ছেবিক।

উচ্চতম ন্যায়ালয়ে শ্বেয়াৰ বজাৰত নিয়ন্ত্ৰণ ব্যৱস্থাৰ ওপৰত চকু ৰাখি প্ৰয়োজনীয় সংস্কাৰ আনিবলৈ বিশেষজ্ঞ সমিতি গঠন কৰিছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এ এম চাপ্ৰে, ন্যায়াধীশ জে পি দেৱদত্ত, কে ভি কামাথ, নন্দন নিলেকানী আৰু চোমাচেখৰ সুন্দৰেছনৰ নেতৃত্বত গঠিত কমিটীয়ে শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ ওপৰত চকু দিব। আদালতে অনুভৱ কৰে যে বজাৰত সৃষ্টি হোৱা অনিশ্চয়তাৰ পৰা ভাৰতীয় বিনিয়োগকাৰীৰ স্বাৰ্থ সুৰক্ষিত কৰা উচিত।

আদালতে পৰ্যবেক্ষণ কৰা মতে, বিপজ্জনক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ বিনিয়োগকাৰীৰ স্বাৰ্থত নিয়ন্ত্ৰণ কাঠামোৰ সঠিক মূল্যায়ন আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়া শক্তিশালী কৰাটো প্ৰয়োজনীয়। সেয়েহে উচ্চতম ন্যায়ালয়ে কমিটীৰ সদস্য হিচাপে বিশেষজ্ঞক নিযুক্তি দি দেশৰ বিনিয়োগকাৰীক আস্থা প্ৰদান কৰিব বিচাৰিছে।

তদন্ত সমিতিৰ অন্যতম সদস্য ওমপ্ৰসাদ ২০০৬ চনৰ পৰা ২০১১ চনলৈকে ষ্টেট বেংকৰ অধ্যক্ষ আছিল। বেংকিং ব্যৱস্থাৰ সৈতে জড়িত বহু লোকে কয় যে এই চৰকাৰী বেংকটোৱে সেই সময়ত একাধিক প্ৰতিকূলতাৰ সন্মুখীন হৈছিল। তেওঁলোকে ওমপ্ৰসাদক দৃঢ় হাতেৰে মোকাবিলা কৰাৰ কৃতিত্ব দিয়ে। অল ইণ্ডিয়া বেংক এছোচিয়েচনৰ (All India Bank Association) প্ৰাক্তন সভাপতি ওমপ্ৰকাশে (Om Prakash) বৰ্তমান কেইবাখনো বহুজাতিক কোম্পানীৰ পৰিচালক আৰু পৰামৰ্শদাতা হিচাপে কাম কৰি আহিছে।

কমিটীৰ আন এজন সদস্য নিলেকানী দেশৰ উদ্যোগ মহলত পৰিচিত নাম। তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান ইনফোছিছৰ সহ-প্ৰতিষ্ঠাপক নিলেকানীক বহুতে আধাৰ কাৰ্ডৰ অন্যতম জনক বুলি গণ্য কৰে। তেওঁ ২০১৪ চনলৈকে ইউআইডিএআইৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল, যিটো সংস্থাই দেশৰ নাগৰিকৰ সকলো তথ্য নথিভুক্ত কৰি আধাৰ কাৰ্ড তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হৈছিল।

কমিটীৰ অন্যতম সদস্য ন্যায়াধীশ দেৱদত্তই (Devdutta) দীৰ্ঘদিন ধৰি শ্বেয়াৰ এণ্ড ইনভেষ্টমেণ্ট ট্ৰিবিউনেলৰ (Share And Investment Tribunel) মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ চাপ্ৰে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। ২০১৯ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ অন্যতম ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰে। কাবেৰী পানী বিতৰণৰ গোচৰসহ
কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দানৰ সৈতে চাপ্ৰেৰ নাম জড়িত।

উচ্চতম ন্যায়ালয়ে গঠন কৰা কমিটীৰ অন্যতম সদস্য কামথো কেৰিয়াৰৰ সময়ছোৱাত কেইবাটাও বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ শীৰ্ষত আছিল। ব্ৰিকছ দেশসমূহৰ বাবে সৃষ্টি কৰা নিউ ডেভেলপমেণ্ট বেংকৰ উপৰি কামথে ইনফোছিছ আৰু ব্যক্তিগত বেংক আইচিআইচিআই বেংকৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰিচালনা সমিতিৰ মূল সদস্য হিচাপে তেওঁৰ বিস্তৃত অভিজ্ঞতা আছে। কমিটীৰ আন এজন সদস্য হৈছে শ্বেয়াৰ মাৰ্কেটৰ বিশেষজ্ঞ সুন্দৰচন। তেওঁ সাংবাদিক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল যদিও পিছলৈ বিভিন্ন বহুজাতিক কোম্পানীত শ্বেয়াৰ সংক্ৰান্ত পৰামৰ্শদাতা হিচাপে কাম কৰিছিল।

Tags: Adani
Share4Tweet3Send

Related Posts

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

by News Desk
April 29, 2026
50
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?
National-International

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

by News Desk
April 29, 2026
50
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
April 29, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

by Staff Reporter
April 29, 2026
50
‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎
National-International

‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

by Staff Reporter
April 29, 2026
50
‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ
National-International

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

by Staff Reporter
April 29, 2026
50
ADVERTISEMENT
Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
50
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?
National-International

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

April 29, 2026
50
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

April 29, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

April 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

April 29, 2026
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx