ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ষ্টেট বেঙ্ক অফ ইণ্ডিয়াৰ টাউন হল মীটঃ এছবিআইৰ যুগান্তকাৰী আৰু নিৰাপদ সুবিধা ‘ইউন’ এপছ’- শাখা পৰিচালক ৰাহুল ডি শইকীয়া

ASSAM TIMES POST by ASSAM TIMES POST
November 23, 2019
Reading Time: 1 min read
A A
0

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়াক অনুসৰণ কৰি ষ্টেট বেঙ্ক অফ ইণ্ডিয়াইয়ো গ্ৰাহকক উৎকৃষ্ট সেৱা আগবঢ়াবলৈ কেতবোৰ আধুনিক ডিজিটেল প্ৰডাক্ট আৰম্ভ কৰিছে ৷ এইলৈ শুকুৰবাৰে বিয়লি ডিফু স্থিত ষ্টেট বেঙ্ক অফ ইণ্ডিয়াৰ উদ্যোগত ডিফু ক্লাৱত স্থানীয় গ্ৰাহক আৰু সচেতন লোক সকলক লৈ টাউন হল মীট অনুষ্ঠিত কৰে ৷

RELATED POSTS

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

টাউন হল মীটৰ মুখ্য অতিথি হিছাপে থাকে এছবিআই গুৱাহাটী এলঅ’চৰ ডিজিএম এন কে পাল, এছবিআইআৰএছইটি আইৰ সঞ্চালক প্ৰশান্ত কুমাৰ শৰ্মা আৰু এছবিআই ডিফু শাখাৰ শাখা প্ৰৱন্ধক ৰাহুল ডি শইকীয়া ৷ টাউন হল মীটৰ আৰম্ভণিতে এছবি আইৰ অনলাইন প্ৰডাক্ট ব্যৱহাৰৰ নেতিবাচক আৰু ইতিবাচক দিশ সমূহক লৈ এছবিআই ডিফু শাখাৰ সহকাৰী শাখা প্ৰৱন্ধক পৰাণ ডেকাই প্ৰজেক্টাৰৰ জৰিয়তে উপস্থিত গ্ৰাহক সকলৰ মাজত সহজ ভাষাৰে বুজাই দিয়ে ৷

1a7f2a2c 3f70 466a 9b95 cc935c12d6c9 | ASSAM TIMES POST

এটিএম ব্যৱহাৰ কৰি অনলাইন শ্বপিং বা কেতবোৰ বিত্তীয় লেনদেনৰ সময়ত গ্ৰাহক সকলে গোপন পিন বা পাছৱৰ্ড সমুহ কমন পাছৱৰ্ড হিছাপে লব নালাগে সদায় আনকমন পাছ ৱৰ্ড ব্যৱহাৰ কৰাৰ লগতে এটিএম খনৰ গোপন পিন বা এটিএম খন কাৰো হাতত চমজাই দিব নালাগে বুলি পৰামৰ্শ আগবঢ়ায়৷ চাইবাৰ অপৰাধীয়ে নিজকে বেংকৰ লোক বুলি পৰিচয় দি ফোন কল বা এছএমএছেৰে গ্ৰাহকৰ এটিএমৰ সবিশেষ বিচাৰে তাত ভোলগৈ এটিএম কাৰ্ডখনৰ সবিশেষ প্ৰকাশ কৰিব নালাগে কাৰণ তাৰ বাবে আপোনাৰ একাউণ্টৰ ধন অন্তৰ্ধান হব পাৰে ৷

ইয়াৰোপৰি এছবিআইৰ “ইউন’ এপছ “মোবাইলত ডাউন লোড দি অতি সহজ আৰু নিৰাপদ ভাবে এটিএম অবিহনে নগদ ধন উলিওৱাৰ কৌশল সন্দৰ্ভতো গ্ৰাহক সকলক পৰাণ ডেকাই অৱগত কৰে ৷ ইউন’ এপছৰ জৰিয়তো গ্ৰাহকৰ মোবাইলত ওৱান টাইম পাছৱৰ্ড সৃষ্টি কৰি নিকটৱৰ্তী এটিএমৰ পৰা এটি নোহোৱাকৈ ধন উলিয়াব পাৰি বুলিও জনায় ৷

এছবিআইৰ ডিফু শাখাৰ শাখা প্ৰৱন্ধক ৰাহুল ডি শইকীয়াই পোন প্ৰথমবাৰৰ বাবে ভাৰতত আৰম্ভ হোৱা এছবিআইৰ ইউন’ এপছ অনলাইন লেনদেনৰ এক যুগান্তকাৰী আৰু নিৰাপদ ব্যৱস্থা বুলি মন্তব্য কৰাৰ লগতে ক্ৰমান্বয়ে বৰ্দ্ধিত গ্ৰাহকৰ চাহিদা পূৰণাৰ্থে চহৰ খনত এটিএমৰ সংখ্যা আৰু বেংকৰ কাউণ্টাৰৰ সংখ্যা বৃদ্ধি কৰা হব বুলিও জনায় ৷ ইয়াৰোপৰি উপস্থিত টাউন হল মীটৰ জৰিয়তে মুকলি প্ৰশ্নোত্তৰ পৰ্ব ৰখা হয়, যাৰ জৰিয়তে গ্ৰাহক সকলে বেংক লেনদেনত বিভিন্ন সমস্যাৰ সমাধান বিচাৰি প্ৰশ্ন কৰে আৰু বেংক বিষয়া সকলে তাৰ সমিধান দিয়ে ৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

by Staff Reporter
May 14, 2026
50
Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু
KARBI ANGLONG

Man elephant conflict । ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত, কাৰ্বি আংলঙত বনৰীয়া হাতীৰ আক্ৰমণত নিহত শিশু

by Staff Reporter
May 14, 2026
50
HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

HBS 2.0 । দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by Staff Reporter
May 13, 2026
50
HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
ADVERTISEMENT
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
50
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11
National-International

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

May 15, 2026
50
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

India Fuel Price Hike । Petrol +Rs3.14, Diesel +Rs3.11

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx