ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুৰ জীয়ৰী বন্দিতা টেৰণপীৰ পিএইছডি লাভ

ASSAM TIMES POST by ASSAM TIMES POST
November 23, 2019
Reading Time: 1 min read
A A
0

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

ডিফুঃ পাহাৰীয়া জিলা কাৰবি আংলঙৰ সদৰ চহৰ ডিফুৰ জীয়ৰী বন্দিতা টেৰণপীয়ে ৰাজনীতি বিজ্ঞানত পিএইছডি লাভ কৰি সদৰ চহৰখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ শুকুৰবাৰে অসম বিশ্ব বিদ্যালয় ডিফু চৌহদত বন্দিতা টেৰণপী মৌখিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য শিৱাশিষ বিশ্বাসে বন্দিতা টেৰণপীৰ ডক্টৰেট ডিগ্ৰী ঘোষণা কৰে ৷

ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ লগে লগে বন্দিতাৰ ডিফুৰ লৰুলাংছ’স্থিত বাসভৱনত এক উৎসৱ মূখৰ পৰিবেশৰ সৃষ্টি হয়৷ বহু শুভাকাংখীয়ে বন্দিতাৰ বাসভৱনলৈ গৈ ডঃ বন্দিতা টেৰণপীক শুভেশ্ছা আৰু শুভ কামনা জ্ঞাপন কৰা পৰিলক্ষিত হয় ৷ সাংবাদিকৰ সাক্ষাতকাৰত বন্দিতা টেৰণপীয়ে তাইৰ সফলতাৰ বাবে প্ৰথমে ভগৱানক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ তাই কয় যে, তাই অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত ” ফাংছনিং অফ কাৰবি আংলং অট’নমাছ কাউঞ্চিল আৰু ডিমা হাছাও অট’নমাছ কাউঞ্চিলৰ ষ্টাডি অন দা ষ্টেট ৰিলেছনশ্বীপৰ ওপৰত গৱেষণা কৰিছিল ৷

1003e960 7ad7 47ae a2a9 12a867619732 | ASSAM TIMES POST

বন্দিতাই বিশ্ববিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কেচি দাসৰ তত্বাৱধনাত গৱেষণাত ব্ৰতী হৈ ডিফুলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ বন্দিতা টেৰণপীয়ে নৱ প্ৰজন্মক সামাজিক আৰু ৰাজনৈতিক সমস্যাত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়, কাৰণ সমাজৰ উন্নয়ণ হলেহে ৰাজনীতিৰ উন্নয়ণ সম্ভৱ বুলি কয় বন্দিতা টেৰণপীয়ে ৷ বন্দিতা টেৰণপীয়ে প্ৰাথমিক শিক্ষা আহৰণ কৰে ডিফু ডনবস্ক’ হাইস্কুলৰ পৰা, স্নাতক হয় বোকাজান ইষ্টাৰ্ণ কলেজৰ পৰা আৰু স্নাতকোত্তৰ আৰু পিএইছ ডি লাভ কৰে অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ পৰা ৷

বন্দিতা টেৰণপী বৰ্তমান হোজাই ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ব বিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহকাৰী প্ৰৱক্তা ৰূপে সেৱা আগবঢ়াই আহিছে ৷ বন্দিতা টেৰণপী ডিফুৰ ৰতন টেৰণ আৰু অনুমাই ইংতিপীৰ জ্যেষ্ঠ কণ্যা ৷ পিতৃ ৰতন টেৰণ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু বিজেপি পূব কাৰবি আংলঙৰ সভাপতি পদত অধিষ্ঠিত ৷

Tags: FeaturedFeatured2karbi anglong
Share22Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
ADVERTISEMENT
Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই
National-International

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
50
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’
National-International

Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

June 29, 2026
50
Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক
National-International

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

June 29, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

June 29, 2026
Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx