ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CBI Custody I মনীষ ছিছোদিয়াক ৫ দিনৰ চিবিআই জিম্মা

নিউজ ডেস্কঃ

News Desk by News Desk
February 27, 2023
Reading Time: 1 min read
A A
0
CBI Custody I মনীষ ছিছোদিয়াক ৫ দিনৰ চিবিআই জিম্মা

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী (Deputy Chief Minister of Delhi) মনীষ ছিছোদিয়াক (Manish Sisodia) পাঁচ দিন চিবিআইৰ (CBI) জিম্মা (custody)। দিল্লীৰ আদালতে কয় যে তেওঁ অহা ৪ মাৰ্চলৈকে চিবিআইৰ জিম্মাত থাকিব। আবকাৰী দুৰ্নীতিৰ (Excise Corruption) গোচৰত দেওবাৰে ৮ ঘণ্টাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় ছিছোদিয়াক। সোমবাৰে তেওঁক দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়।

মনীষ ছিছোদিয়া
মনীষ ছিছোদিয়াক ৫ দিনৰ চিবিআই জিম্মা:

সোমবাৰে আদালতত চিবিআইয়ে দাবী কৰে যে ছিছোদিয়াই তেওঁলোকৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল। আবকাৰী নীতিৰ প্ৰথম খচৰাত কমেও ৬ বিষয়ৰ বাখ্যা তেওঁ দিব পৰা নাছিল। চিবিআইয়ে দাবী কৰে যে খচৰা আবকাৰী নীতিৰ পৰিৱৰ্তন পানীয় বিক্ৰী কৰা কোম্পানীসমূহৰ স্বাৰ্থত কৰা হৈছে। বিনিময়ত ১০০ কোটি টকা লোৱা হৈছিল।

ছিছোদিয়াৰ কম্পিউটাৰৰ পৰা আবকাৰী নীতিৰ খচৰা সন্দৰ্ভত এখন টোকা উদ্ধাৰ কৰা বুলিও দাবী কৰে চিবিআইয়ে। তদন্তকাৰীৰ মতে, ছিছোদিয়াই আবকাৰী আয়ুক্তক এই নোটখন দিছিল। অৱশ্যে তেওঁৰ আইনী উপদেষ্টাসকলৰ লগত দিয়া পৰামৰ্শৰ সেই অংশটো তেওঁ এৰি দিয়ে।

চিবিআইৰ এই সকলো অভিযোগ মানি লোৱা নাছিল ছিছোদিয়াৰ অধিবক্তাই। তেওঁ কয়, “মোৰ ক্লায়েণ্টে তেওঁলোকৰ অভিযোগ মানি লোৱা নাছিল। সেইটোৱেই তেওঁলোকৰ সমস্যা। তেওঁলোকে বিচাৰিছিল, মই কʼম তেওঁলোকে যি বিচাৰে। তেওঁক জিম্মালৈ পঠিয়াব নোৱাৰি কাৰণ কোনেও অপৰাধ স্বীকাৰ কৰা নাই।”

দেশৰ বিভিন্ন প্ৰান্তত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী ছিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ কৰিছে আম আদমী পাৰ্টিয়ে। দিল্লীতো তীব্র প্ৰতিবাদ। দিল্লীত আপে ডি ডি ইউ মাৰ্গত বিজেপিৰ মুখ্য কাৰ্যালয়লৈ সমদল উলিয়াবলৈ চেষ্টা কৰে। আৰক্ষীয়ে অৱৰোধ কৰি বেৰিকেড দিয়ে।

অভিযোগ অনুসৰি, কৰ্মীসকলে বেৰিকেড ওফৰাই পেলাবলৈ চেষ্টা কৰে। প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ সৈতে সংঘৰ্ষ হয়। তাৰ বাবেই ৰাজধানীৰ বিভিন্ন প্ৰান্তত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা আছে। দিল্লীৰ বাহিৰেও বেংগালুৰু, চণ্ডীগড়, ভূপালকে ধৰি বিভিন্ন ডাঙৰ চহৰত নিৰাপত্তা কটকটীয়া কৰা হৈছে।

Tags: Manish Sisodiaমনীষ ছিছোদিয়া
Share4Tweet3Send

Related Posts

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

by News Desk
May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

by News Desk
May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

by Staff Reporter
May 7, 2026
50
পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ
National-International

Bengal violence I ৰাজনৈতিক প্ৰতিহিংসাৰ বলি চন্দ্ৰনাথ, তৃণমূলক সকীয়নি ক্ষুব্ধ বিজেপি

by Staff Reporter
May 7, 2026
50
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
50
পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ
National-International

Bengal violence I ৰাজনৈতিক প্ৰতিহিংসাৰ বলি চন্দ্ৰনাথ, তৃণমূলক সকীয়নি ক্ষুব্ধ বিজেপি

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT