ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Jokhini I “যখিনী” ক লৈয়ে নিৰ্মাণ এখন চুটি ছবিঃ নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ নতুন পৰিকল্পনা-

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
February 23, 2023
Reading Time: 1 min read
A A
0
Jokhini I “যখিনী” ক লৈয়ে নিৰ্মাণ এখন চুটি ছবিঃ নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ নতুন পৰিকল্পনা-

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

অসমীয়া চহা জীৱনৰ সৈতে জড়িত “যখিনী” (Jokhini) নামটোৰ সৈতে আমাৰ ভয় আৰু শংকা জড়িত হৈ আছে। সৰু অৱস্থাৰ পৰাই আমি কিবা এটা কৰিবলগীয়া কাম নকৰিলে, নাখালে অথবা নুশুলে আমাক ভয় খুওৱাবলৈ প্ৰায়ে এই “যখিনী” বোলা শব্দটোক ব্যৱহাৰ কৰিছিল মা হঁতে। কিন্তু এইবাৰ আমাৰ সৰু কালৰ সেই স্মৃতিৰ গৰ্ভৰ পৰা উলিয়াই আনি এজন নৱপ্ৰজন্মৰ পৰিচালকে এখন চুটি ছবি নিৰ্মাণ কৰিছে।

Short Film Jokhini
চিন্ময় বাৰ্মাৰ নতুন চুটি ছবি “যখিনী”

চুটি ছবিখনৰ নাম হৈছে “যখিনী”। লোককথাৰ ওপৰত আধাৰিত এই চুটি ছবিখনৰ পৰিচালনা কৰিছে চিন্ময় বাৰ্মাই (Chinmoy Barma)। ইতিমধ্যে তেওঁৰ কেইবাখনো চুটি ছবি ক্ৰমে “তেজৰ টুকুৰা”, “ঘোঁৰাপাক”, “অহম” ইত্যাদিয়ে জনসাধাৰণৰ বহুল সমাদৰ লাভ কৰাৰ লগতে বিভিন্ন ছবি সমাৰোহত সঁহাৰি লাভ কৰিছে।

FB IMG 1677170789058 | ASSAM TIMES POSTচলিত বৰ্ষতেই মুক্তি পাবলগীয়া “যখিনী” চুটি ছবিখনত অভিনয় কৰিছে বেদব্ৰত বৰা, জ্যোতিশ্ৰী আৰ.ইউ বৈশ্য, দীক্ষিতা ৰাজবংশী, পপী কলিতা আৰু হেমা কুমাৰী কলিতাই। এই চুটি ছবিখনত সহঃ পৰিচালনা কৰিছে উপম দাস, হীৰক কলিতা আৰু উদ্দীপ্ত ৰাজবংশীয়ে (বিকি)। ডি.অ’পিৰ দায়িত্বত আছে ইক্ৰিম হ’ক আৰু চিনেমেটোগ্ৰাফী মনোজ বনিয়াৰ।

FB IMG 1677170794262 | ASSAM TIMES POSTঅসমীয়া সংস্কৰণৰ চিত্ৰনাট্য তথা সংলাপ জানকী শৰ্মাই লিখাৰ সমান্তৰালকৈ ইংৰাজী সংস্কৰণত সংলাপ লিখিছে দীক্ষিতা হাজৰিকাই আৰু ইংৰাজী চিত্ৰনাট্য লিখিছে চিন্ময় বাৰ্মাই আৰু জানকী শৰ্মাই। সম্পাদনা উপম মানুৰ। সংগীত কৰিছে বিদ্যুৎ বিকাশ বৰুৱা, নাজনিন উল্লাহ আৰু অনন্যা দত্তৰ। প্ৰডাকচন মেনেজাৰৰ দায়িত্বত আছে অমিত কুমাৰ মহন্ত। নলবাৰীৰ (Nalbari) মৰুৱা গাঁৱত চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে। ইয়াৰ কাহিনীভাগৰ অধিকাংশ ভাওনাৰ জৰিয়তে উপস্থাপন কৰিছে নিৰ্মাতা গোষ্ঠীয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Jokhini
Share12Tweet8Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
57
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
55
ADVERTISEMENT
Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
National-International

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

October 2, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

October 2, 2026
50
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত
National-International

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026
50
Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ
Sports News

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

October 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

October 2, 2026
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

October 2, 2026
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d