ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Adani I শীৰ্ষ ধনীৰ তালিকাত ২৪ নম্বৰলৈ নামিল আদানী!

নিউজ ডেস্কঃ

News Desk by News Desk
February 20, 2023
Reading Time: 1 min read
A A
0
Adani I শীৰ্ষ ধনীৰ তালিকাত ২৪ নম্বৰলৈ নামিল আদানী!

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ (Hindenburg Research) এক প্ৰতিবেদনৰ ফলত বিশ্বৰ ধনী লোকৰ তালিকাত উদ্যোগপতি গৌতম আদানীৰ (Gautam Adani) স্থান ক্ৰমান্বয়ে তললৈ নামি আহিছে। আনকি শীৰ্ষ তালিকাৰ প্ৰথম দহৰ ভিতৰতো তেওঁৰ স্থান নাই।দেওবাৰে প্ৰকাশিত শীৰ্ষ ধনী লোকৰ তালিকাত ২৪ নম্বৰ স্থানলৈ নামি আহিছে আদানী। 

আদানী
শীৰ্ষ ধনীৰ তালিকাত ২৪ নম্বৰলৈ নামিল আদানী:

২৫ জানুৱাৰীত ফ’ৰ্বছ আলোচনীৰ তালিকাত আদানীয়ে বিশ্বৰ তৃতীয় ধনী ব্যক্তি হিচাপে স্থান লাভ কৰিছিল।দেওবাৰে পুৱাৰ ফ’ৰ্বছ ধনী তালিকাৰ তথ্য অনুসৰি, আদানীৰ সম্পত্তি ৪৯৭ কোটি ডলাৰ হৈছেগৈ। স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ পৰিছে বিশ্বৰ ধনী তালিকাত আদানীৰ স্থান।

১৯৮০ চনৰ পৰাই আদানী গ্ৰুপে ব্যৱসায় কৰি আহিছে। মূলতঃ সাগৰীয় বন্দৰ, বিমানবন্দৰ আৰু বিদ্যুৎ উৎপাদনৰ ব্যৱসায়ৰ লগত জড়িত। অৱশ্যে তিনি বছৰ পূৰ্বে আদানীৰ সম্পত্তিৰ মূল্য আছিল ৮.৯ বিলিয়ন ডলাৰ। তাৰ পাছত হঠাৎ উত্থান। ২০২১ চনত আদানি গ্ৰুপৰ মুঠ সম্পত্তি ৪ ট্ৰিলিয়ন ডলাৰ হয়। তাৰ পিছৰ বছৰ অৰ্থাৎ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰায় দুগুণ বৃদ্ধি পায় এই সম্পদ।

Tags: Adaniআদানীশীৰ্ষ ধনীৰ তালিকাত
Share4Tweet3Send

Related Posts

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

by News Desk
April 29, 2026
50
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?
National-International

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

by News Desk
April 29, 2026
50
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by Staff Reporter
April 29, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

by Staff Reporter
April 29, 2026
50
‎গংগাৰ পাৰত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‎

‎পান মচলা পেকেজিঙত কোনো প্লাষ্টিক বা ধাতৱীয় স্তৰ ব্যৱহাৰ নকৰাৰ প্ৰস্তাৱ খাদ্য নিয়ন্ত্ৰকৰ

ADVERTISEMENT
Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে
National-International

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
50
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?
National-International

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

April 29, 2026
50
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

April 29, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎ক্ষমতাৰ অপব্যৱহাৰৰ অপৰাধত দুজন চিবিআই বিষয়াক তিনি মাহৰ কাৰাদণ্ড

April 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

Sonam Raghubangshi case : স্বামী ৰাজাক হত্যাৰ অভিযোগত অভিযুক্ত সোণমে জামিন পালেও ঘৰত সোমাব নিদিয়ে ভাতৃয়ে

April 29, 2026
Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

Meghalaya murder : মেঘালয় হত্যাকাণ্ডৰ গোচৰত সোণমক গ্ৰেপ্তাৰত আৰক্ষীৰ ভুল ধাৰাৰ বাবেই জামিন পালে নেকি?

April 29, 2026
PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

PM Modi I গংগাৰ পাৰত দেশৰ সৰ্ববৃহৎ পথ প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

April 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT