ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Insurance company I আদানী ডুবিলেও কোনো প্ৰভাৱ নপৰে চৰকাৰী বীমা কোম্পানীৰ ওপৰত! সংসদত মোদী চৰকাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 13, 2023
Reading Time: 1 min read
A A
0
Insurance company I আদানী ডুবিলেও কোনো প্ৰভাৱ নপৰে চৰকাৰী বীমা কোম্পানীৰ ওপৰত! সংসদত মোদী চৰকাৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

শ্বেয়াৰ বজাৰত (Stock Market) আদানী গ্ৰুপৰ (Adani Group) বিপৰ্যয়ৰ কোনো প্ৰভাৱ নপৰে চৰকাৰী বীমা কোম্পানীত (Government Insurance Company)। সোমবাৰে সংসদত এই দাবী উত্থাপন কৰে নৰেন্দ্ৰ মোদী চৰকাৰে। কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাদে (Minister Bhagwat Karade) আদানী গোটৰ বিভিন্ন কোম্পানীত বিনিয়োগৰ বাবে চৰকাৰী কোম্পানী এল আই চিৰ লগতে জি আই চিয়ে শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন হʼব পাৰে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা আশংকাক খণ্ডন কৰিছে।

আদানী
আদানী ডুবিলেও কোনো প্ৰভাৱ নপৰে চৰকাৰী বীমা কোম্পানীৰ ওপৰত:

কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে লোকসভাত দিয়া বিবৃতিত অৱগত কৰে যে আদানী গ্ৰুপত দেশৰ পাঁচটা চৰকাৰী বীমা কোম্পানীৰ মুঠ বিনিয়োগ ৩৪৭ কোটি ৬৪ লাখ টকা। যিটো পাঁচটা প্ৰতিষ্ঠানৰ মুঠ সম্পত্তিৰ মূল্যৰ (AUM বা Assets Under Management) মাত্ৰ ০.১৪ শতাংশ।

ইয়াৰ বাহিৰেও চৰকাৰী মালিকানাধীন ভাৰতীয় জীৱন বীমা নিগমৰ মুঠ সম্পত্তিৰ ১ শতাংশতকৈও কম আয় গোটত বিনিয়োগ কৰা হয় বুলি কেন্দ্ৰই জানিবলৈ দিয়ে। কিন্তু সোমবাৰে কেন্দ্ৰৰ আশ্বাসক বিশ্বাস নকৰি বিৰোধীয়ে আদানী গোচৰৰ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতি (জেপিচি) গঠনৰ দাবীত সদন এৰি গুচি যায়।

উল্লেখ্য, ২ ফেব্ৰুৱাৰীত এল আই চি কৰ্তৃপক্ষই জনাইছিল যে ২০২২ চনৰ ৩০ ছেপ্টেম্বৰলৈকে তেওঁলোকৰ মুঠ সম্পত্তিৰ মূল্য ৪১,৬৬,০০০ কোটি টকা। আৰু ২০২২ চনৰ ৩১ ডিচেম্বৰলৈকে আদানী গ্ৰুপৰ সকলো কোম্পানীৰে মুঠতে এল আই চিয়ে ক্ৰয় কৰা শ্বেয়াৰৰ মূল্য ৩৫ হাজাৰ কোটি টকাতকৈ অলপ বেছি।

অৰ্থাৎ সংস্থাটোৰ মুঠ সম্পত্তিৰ ১ শতাংশও নহয়। সেয়েহে যুক্তিৰ স্বাৰ্থত আদানী গ্ৰুপ দেউলীয়া হোৱাৰ সম্ভাৱনা মানি লʼলেও এল আই চিৰ বাবে ‘ব্যাপক লোকচান’ হোৱাৰ কোনো সম্ভাৱনা নাই। এল আই চি কৰ্তৃপক্ষই এল আই চিৰ ব্যৱসায় আৰু বিনিয়োগ সম্পৰ্কীয় বিশদ তথ্য আদানীৰ হাতত থকা বুলি প্ৰকাশিত বিভিন্ন প্ৰতিবেদনকো ‘মিছা’ বুলি অভিহিত কৰিছে।

Tags: AdaniInsurance Companyআদানীবীমা কোম্পানী
Share4Tweet3Send

Related Posts

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

by News Desk
August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

by News Desk
August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

by News Desk
August 7, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

ADVERTISEMENT
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব
National-International

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
50
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT