ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Assam Book Fair I বহুভাষীক কবি সল্মিলনেৰে জীপাল অসম গ্ৰন্থমেলা ডিফু-২০২৩

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
February 9, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা ডিফুত চলি থকা অসম গ্ৰন্থমেলা (Assam Book Fair) ডিফু (Diphu) ২০২৩ৰ আজি চতুৰ্থ দিনত বিশিষ্ট কবি অনুভৱ তুলসী সঞ্চালনাত বহুভাষিক কবি সন্মিলনেৰে গ্ৰন্থমেলাটি জীপাল কৰি তোলা পৰিলক্ষিত হয়৷ কালি সন্ধিয়াৰ কিনকিনীয়া বৰষুণ আৰু চেঁচা বতাহে সেমেকাই তোলাৰ পাছত আজিৰ ফৰকাল বতৰে অসম গ্ৰন্থমেলা, ডিফুত আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰে৷

গ্ৰন্থমেলা
বহুভাষীক কবি সল্মিলনেৰে জীপাল অসম গ্ৰন্থমেলা:

অসম প্ৰকাশন পৰিষদ (Assam Prakashan Parishad), সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰবি আংলং জিলা প্ৰশাসনৰ সহযোগত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাত আজি বিক্ৰেতাসকলক উৎসাহী কৰিছে যদিও বিক্ৰিৰ হাৰ আশা ব্যঞ্জক নহয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে৷

BookP1 | ASSAM TIMES POST

আগন্তুক তিনিদিনত কিতাপ বিক্ৰীৰ পৰিসংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰি গ্ৰন্থপ্ৰেমীসকলৰ সহযোগিতা কামনা কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠীসমূহে৷ইপিনে গ্ৰন্থমেলাৰ লংকাম টেৰণ সোঁৱৰণী প্ৰেক্ষাগৃহত আজি বিয়লি ৩ বজাত অনুষ্ঠিত বহুভাষিক কবি সন্মিলন সঞ্চালনা কৰে বিশিষ্ট কবি অনুভৱ তুলসীয়ে৷

ইয়াত কবিতা পাঠ কৰে ছাৰএৎ হাঞ্চে, অৰুণ টেৰণ, হাংমিজি হাঞ্চে, বিজয় শংকৰ বৰ্মন, অপৰাজিতা পূজাৰী, কাদম্বিনী তেৰংপি,মঞ্জু টেৰণপি, গোপাল থাওচেন, জনাৰ্দন পাটৰ মছৰং, মিল’জা বসুমতাৰী, দদেৰে মাইনাও বড়ো, ৰাণা কাফলে, গৌতম ৰয়, হাৰ্ভে কাথাৰ, শৰৎ পাটৰ, প্ৰজ্ঞা পাৰমিতা বৰুৱা, মণিকা টেৰণপী, জুবিলী গগৈ, জুলি বৰুৱা, দেৱৰাজ মিলি, স্বপ্না সৰকাৰ, লাংমিৰ হাঞ্চেপি, ৰিজু কাকতি কোঁচ, ৰশ্মিৰীয়া গগৈ,কৌস্তৱ খাউণ্ড, কামিনী বড়ো, দিপালী আমফিয়ে ৷ সন্ধিয়া মনপৰশা সাংস্কৃতিক কাৰ্যসূচীৰ আঁত ধৰে প্ৰবোধ দাসে৷

Tags: Assam Book Fairঅসম গ্ৰন্থমেলা
Share4Tweet3Send

Related Posts

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
National-International

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
50
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি
National-International

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
50
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ
National-International

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026
50
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ

July 23, 2026
Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

Delhi protest : যন্তৰ-মন্তৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপৰ ঘটনাত এফআইআৰ দাখিল, মূৰত আঘাতপ্ৰাপ্ত এচিপি

July 23, 2026
NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

NEET UG row : নীট কেলেংকাৰীক লৈ সংসদ চৌহদত প্ৰতিবাদত একাকাৰ বিৰোধী-এনডিএৰ সাংসদ

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx