ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Adani : প্ৰধানমন্ত্ৰীৰ সৈতে আদানীৰ সম্পৰ্ক কি? লোকসভাত প্ৰশ্ন ৰাহুলৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 7, 2023
Reading Time: 1 min read
A A
0
Adani : প্ৰধানমন্ত্ৰীৰ সৈতে আদানীৰ সম্পৰ্ক কি? লোকসভাত প্ৰশ্ন ৰাহুলৰ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

আদানী (Adani) বিষয়টোক লৈ অস্থিৰ সংসদ (Unstable Parliament)। এইবাৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi) আৰু উদ্যোগপতি গৌতম আদানীৰ ছবি (Picture of industrialist Gautam Adani) দেখুৱাই সংসদ উত্তাল কৰে। তেওঁৰ প্ৰশ্ন হʼল, আদানী গ্ৰুপে কেনেকৈ সকলো ব্যৱসায়ত সোমাই পৰিল? প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আদানীৰ কি সম্পৰ্ক?

আদানী
Rahul Gandhi accused PM Modi of helping Adani’s business empire:

ৰাহুলে দাবী কৰে যে তেওঁ ‘ভাৰত জোৰো যাত্ৰাʼত যʼতেই গৈছিল, কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে তেওঁ সকলোতে একেটা নাম শুনিছিল – ‘আদানী, আদানী আৰু আদানী’।

মঙলবাৰে সংসদত ভাষণ দি ৰাহুলে কয়, “তামিলনাডুৰ পৰা কেৰালা, কেৰালাৰ পৰা হিমাচল প্ৰদেশলৈকে আমি মাত্ৰ এটা নামহে শুনিছো। অৰ্থাৎ ‘আদানী, আদানী, আদানী’… মানুহে মোক সুধি আহিছে যে প্ৰতিটো ব্যৱসায় কেনেকৈ বিনিয়োগকাৰী পায় আৰু প্ৰতিটো উদ্যোগ কেনেকৈ সফল হয়!”

আনহাতে, আদানী বিষয়ত বিজেপিৰ স্থিতি স্পষ্ট। দলৰ নেতাসকলৰ এক বাৰ্তাত কোৱা হৈছে যে আদানী গ্ৰুপক লৈ সৃষ্টি হোৱা বিতৰ্ক কৰ্পৰেটকেন্দ্ৰিক। কেন্দ্ৰীয় চৰকাৰ আৰু শ্বেয়াৰ বজাৰৰ উঠা-নমাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে যদি আদানীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে সেয়া ষ্টক ৰেগুলেটৰী অথৰিটি বা ৰিজাৰ্ভ বেংকে (আৰ বি আই) গ্ৰহণ কৰিব।

যদিও সংসদত আদানী বিষয়ক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে। সংশ্লিষ্ট ঔদ্যোগিক গ্ৰুপটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত হʼব লাগে বুলি দাবী কৰে। এই সন্দৰ্ভত ৰাহুলে পুনৰ মোদী আৰু আদানীৰ ফটো দেখুৱাই সংসদত কয়, “আদানীৰ সৈতে সম্পৰ্ক আৰম্ভ হৈছিল যেতিয়া নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল… মাত্ৰ এজন ব্যক্তিয়েহে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছিল।

তেওঁ (গৌতম) মোদীৰ প্ৰতি আনুগত্যশীল হৈ থাকিল। আৰু মোদীৰ মনত গুজৰাটক পুনৰ সজাই-পৰাই তোলাৰ ধাৰণাটো সোমাই দিলে।” অলপ থমকি ৰৈ ৰাহুলে লগতে কয়, “আচল যাদু আৰম্ভ হৈছিল ২০১৪ চনৰ পৰা। যেতিয়া মোদী দিল্লী পালে।”ৰাহুলৰ ভাষণৰ ভিতৰতে বিৰোধীৰ সুৰ উত্থাপন কৰিলে বিজেপিয়ে। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ মন্তব্য, “কেৱল ডাঙৰ অভিযোগ দিলেই যথেষ্ট নহয়।

অভিযোগৰ সঠিক প্ৰমাণ দিব লাগিব।” ৰাহুলে অৱশ্যে ৰৈ নাথাকিল। তেওঁ আৰু কয় যে কেনেকৈ এটা ঔদ্যোগিক কোম্পানীয়ে বিমানবন্দৰৰ ব্যৱসায়ত কোনো পূৰ্বৰ অভিজ্ঞতা অবিহনে প্ৰৱেশ কৰিব পাৰে। তেওঁ কয়, “নিয়ম সলনি হʼল আৰু আদানী গোটে ৬টা বিমানবন্দৰ পালে।

জেডভিআইচি – মুম্বাই বিমানবন্দৰৰ দৰে কোম্পানীৰ হাতত থকা আটাইতকৈ লাভজনক বিমানবন্দৰটো হাইজেক কৰি আদানিক দিয়া হৈছে।” ৰাফেল বিতৰ্কক পুনৰ স্পৰ্শ কৰিলে ৰাহুলে। মুঠতে লোকসভাৰ মজিয়া গৰম হৈ পৰে।

Tags: Adanirahul gandhi and modiআদানী
Share4Tweet3Send

Related Posts

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

by News Desk
June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

by News Desk
June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

by News Desk
June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

by News Desk
June 17, 2026
50
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
ADVERTISEMENT
NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!
National-International

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
50
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন
DIPHU

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

NDA legislator at Hotel : এইবাৰ গেৰুৱা শিবিৰত ভাঙোন!

June 17, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

June 17, 2026
Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

Rongbong Terang sick : বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ, চিকিৎসালয়ত চিকিৎসাধীন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx