আজি পুৱা কাৰ্বি আংলং(Karbi Anglong) জিলাৰ বৰপথাৰ আৰক্ষীয়ে এখন যাত্ৰীবাহী বাছত অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ (Drugs) দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত আজি পুৱা বৰপথাৰ থানাৰ আৰক্ষীৰ এটা দলে বৰপথাৰ থানাৰ অন্তৰ্গত খকৰাজানত তালাচী অভিযান চলায়।
[caption id="attachment_94261" align="alignnone" width="1280"] উক্ত অভিযানত এএছ-০২-৯৮৫৪ নম্বৰৰ বাছখনত তালাচী চলাই দুজন যাত্ৰীৰ জিম্মাৰ পৰা ৬ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ৬৯.২৯ গ্ৰাম সন্দেহযুক্ত হেৰʼইন জব্দ কৰে। ধৃত সৰবৰাহকাৰীকেইটা গোলাঘাট ঢুলীয়াগাঁৱৰ পৱিত্ৰ শইকীয়া আৰু খগেন বৰা বুলি চিনাক্ত কৰা হৈছে।[/caption]