ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Political Iপুৰণি ৰাজনৈতিক বাহন : বিত্তমন্ত্ৰীৰ কাক ঠাট্টা ?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 2, 2023
Reading Time: 1 min read
A A
0
Political Iপুৰণি ৰাজনৈতিক বাহন : বিত্তমন্ত্ৰীৰ কাক ঠাট্টা ?

RELATED POSTS

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

কৰ্ণাটকৰ নিৰ্বাচনে (Karnataka Election) দুৱাৰত টোকৰ মাৰিছে। যদিও বাজেট ভাষণত আন কোনো ৰাজ্যৰ নাম উল্লেখ কৰা হোৱা নাছিল, তথাপিও স্থান পালে কেৱল এই দক্ষিণৰ ৰাজ্যখনে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) ৰাজ্যখনৰ মেৰুণ ৰঙৰ ‘ইলকাল ৰেচম’ শাৰীৰে শোভা বঢ়াইছিল। ইয়াত পদুম, ময়ুৰ আৰু ৰথৰ হাতেৰে বোৱা ছবি আছিল।

Nirmala Sitharaman
বিত্তমন্ত্ৰীৰ ঠাট্টা :

যদিও শাৰীখন যথেষ্ট ৰঙীন আছিল, তথাপিও তেওঁৰ বাজেট ভাষণত আন সময়ৰ দৰে কোনো চাঞ্চল্য নাছিল। বৰঞ্চ প্ৰায় গোটেই সময়খিনিতে বেজী এটা পৰিলেও শুনাৰ দৰে নিস্তব্ধতা আছিল। লোকসভাত বিৰোধী দলৰ নেতা অধীৰ চৌধুৰীয়ে (Adhir Choudhury) মাজে মাজেহে কংগ্ৰেছৰ বেঞ্চৰ পৰা উঠি আহিছিল।

তেওঁৰ প্ৰতিবাদ আছিল পেট্ৰ’ল-ডিজেলৰ দামক লৈ। বাজেট ভাষণ আৰম্ভ হোৱাৰ কিছু মিনিটৰ পাছতে ৰাহুল গান্ধীয়ে (Rahul Gandhi) সংসদত প্ৰৱেশ কৰে। কংগ্ৰেছৰ সাংসদসকলে তেওঁক ‘জোড়ো জোড়ো ভাৰত জোড়ো’ ( Jodo Jodo Bharat Jodo) শ্লোগানেৰে সম্ভাষণ জনাই লোকসভালৈ লৈ যায় তেওঁক ।বিগত কেইবছৰৰ দৰেই নিৰ্মলাই আইপেডত ভাষণ পঢ়িছিল।
প্ৰথমে এঘণ্টা বিশ মিনিটত ভাষণ শেষ কৰাৰ সিদ্ধান্ত লোৱা হʼল। পাঁচ মিনিট আৰু অধিক সময় লাগিল। অৱশ্যে পঢ়ি থাকোঁতে গিলাচৰ পিছত গিলাচ পানী খাই থকা দেখা গৈছিল। যোৱাবাৰ ভাষণৰ সময়ত বিত্তমন্ত্ৰী অসুস্থ হৈ পৰিছিল। এইবাৰ তেওঁ ভাষণটো কিছু চুটি কৰি ৰাখিলে, যʼত পৰম্পৰাগত প্ৰথা অনুসৰি কোনো কবিতা, উদ্ধৃতি বা শ্লোগান নাছিল।

কিন্তু এবাৰহে নিৰ্মলাই ‘পুৰণি প্ৰদূষণকাৰী বাহন’ সলনি কৰাৰ কথা কৈ ‘পুৰণি ৰাজনৈতিক বাহন’ সলনি কৰাৰ কথাৰে সভাকক্ষত হাঁহি এটা মাৰে। প্ৰশ্ন উত্থাপন হয়, ই ফ্ৰয়েডীয় ভ্ৰমৰ শ্ৰেণীত পৰে নেকি! আচলতে বিত্তমন্ত্ৰীয়ে কংগ্ৰেছ (প্ৰাচীন ৰাজনৈতিক বাহন) ডিলিট কৰাৰ কথা ভাবিছিল নেকি?

যিহেতু নিৰ্মলাই নিজৰ ভাষণত প্ৰধানমন্ত্ৰীৰ বিভিন্ন প্ৰকল্পৰ কথা বাৰে বাৰে উল্লেখ কৰি আহিছে, তেনেকৈয়ে মোদীৰ নামত বিজেপিৰ বেঞ্চ বাৰে বাৰে বিস্ফোৰণ ঘটাইছে। কিছুসময়ৰ পাছত প্ৰধানমন্ত্ৰীয়ে নিজেই গাত দামী চাদৰ মেৰিয়াই বাৰে বাৰে বাওঁহাতেৰে টেবুলত থপৰিয়াইছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: (Nirmala Sitharamanবিত্তমন্ত্ৰী
Share5Tweet3Send

Related Posts

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

by News Desk
October 26, 2026
50
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

by News Desk
October 26, 2026
50
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

by News Desk
October 26, 2026
50
Kiss teenager : কিশোৰীক চুমা খোৱাৰ অপৰাধত পিতৃ আৰু বন্ধুৰ সৈতে উলংগ কৰি খোজকাঢ়িবলৈ বাধ্য কৰালে যুৱকক
National-International

Kiss teenager : কিশোৰীক চুমা খোৱাৰ অপৰাধত পিতৃ আৰু বন্ধুৰ সৈতে উলংগ কৰি খোজকাঢ়িবলৈ বাধ্য কৰালে যুৱকক

by News Desk
October 26, 2026
50
Rahul Gandhi : অমিত শ্বাহৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্যত ৰাহুল গান্ধীক দোষমুক্ত আদালতৰ
National-International

Rahul Gandhi : অমিত শ্বাহৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্যত ৰাহুল গান্ধীক দোষমুক্ত আদালতৰ

by News Desk
October 26, 2026
50
SIR row : এছআইআৰত কি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়, আৰটিআইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগৰ
National-International

SIR row : এছআইআৰত কি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়, আৰটিআইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগৰ

by News Desk
October 26, 2026
50
ADVERTISEMENT
Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী
Guwahati

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
50
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
50
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026
50
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

October 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d