ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

মণিপুৰত বিজেপি নেতাক ঘৰৰ সন্মুখত গুলীয়াই হত্যা, আত্মসমৰ্পণ অভিযুক্তৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 25, 2023
Reading Time: 1 min read
A A
0
মণিপুৰত বিজেপি নেতাক ঘৰৰ সন্মুখত গুলীয়াই হত্যা, আত্মসমৰ্পণ অভিযুক্তৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Arunachal Pradesh I অৰুণাচলত অনুশীলনৰ সময়ত প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ, দুই পাইলট সন্ধানহীন

Manik Saha takes oath I ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ

মোদী-শ্বাহৰ উপস্থিতিত উত্তৰ-পূবৰ দুই মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ

মণিপুৰ Manipur ত বিজেপি BJP নেতাক গুলীয়াই হত্যা। হত্যাকাণ্ডৰ মূল অভিযুক্তই পিছত আত্মসমৰ্পণ কৰে। হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ হয় তেওঁৰ পৰা। মণিপুৰৰ থৌবাল জিলাত সংঘটিত হৈছে এই ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন এজন সন্দেহজনক ব্যক্তিক।

Rameswar Singh
মণিপুৰত বিজেপি নেতাক গুলীয়াই হত্যা

মণিপুৰত বিজেপিৰ প্ৰাক্তন সেনাবাহিনী শাখাৰ আহ্বায়ক লাইশ্ৰম ৰামেশ্বৰ সিঙক Rameswar Singh ঘৰৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছে বুলি ইউবলৰ আৰক্ষী অধীক্ষক হাওবিজাম যোগেশচন্দ্ৰই জানিবলৈ দিয়ে। মঙলবাৰে পুৱা প্ৰায় ১১ বজাত এখন গাড়ীৰে লাইশ্ৰমৰ ক্ষেত্ৰ লেইকাই অঞ্চলৰ ঘৰৰ সন্মুখত উপস্থিত হয় দুজন ব্যক্তি। সেই সময়ত লাইশ্ৰম ঘৰৰ বাহিৰত থিয় হৈ আছিল।

দুৰ্বৃত্তই পোনে পোনে লাইশ্ৰমৰ ওপৰত গুলী চলাবলৈ আৰম্ভ কৰে। বিজেপি নেতাজনৰ বুকুত গুলী লাগে। থিতাতে তেওঁ ঢলি পৰে। তাৰ পিছত অপৰাধীকেইটা গাড়ীৰে পলায়ন কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, গাড়ীখনৰ কোনো পঞ্জীয়ন নম্বৰ নাছিল। ততাতৈয়াকৈ লাইশ্ৰমক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে চৌদিশে তালাচী চলায়। এঘণ্টাৰ ভিতৰতে নৌৰেম ৰিকি পইণ্টিং সিং নামৰ এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, গাড়ীখনৰ চালকৰ আসনত নৌৰেম আছিল। তেওঁক সোধা-পোছা কৰাৰ অন্তত আয়েকপাম কেশোৰজিত নামৰ এজন ব্যক্তিৰ নাম উদ্ধাৰ হয়। লাইশ্ৰমৰ ওপৰত গুলীচালনা কৰাজনেই তেওঁ।

অতি কম সময়ৰ ভিতৰতে ৪৬ বছৰীয়া আয়েকপামে পশ্চিম ইম্ফল জিলাৰ কমাণ্ডো কমপ্লেক্সত আত্মসমৰ্পণ কৰাৰ খবৰ পোৱা যায়। তেওঁৰ পৰা এটা পিষ্টল, দুটা মেগজিন আৰু ৯ ৰাউণ্ড সতেজ কাৰ্টিজ উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি এটা খালী গুলীৰ খোলাও উদ্ধাৰ কৰা হৈছে।

ৰাজনৈতিক কাৰণেই হওক বা ব্যক্তিগত শত্ৰুতাই হওক – অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পাৰিলেও হত্যাৰ কাৰণক লৈ আৰক্ষী বিমোৰত পৰিছে। তদন্তৰ পিছত স্পষ্ট হʼব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকে।

মণিপুৰত পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজেপিৰ ৰাজ্যিক উপ-সভাপতি চিদানন্দ সিঙে কয়, “আমি এনে কাপুৰুষালি কাৰ্যক গৰিহণা দিছো। আমি বিশ্বাস কৰোঁ যে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হʼব।”

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: মণিপুৰ
Share4Tweet3Send

Related Posts

Arunachal Pradesh I অৰুণাচলত অনুশীলনৰ সময়ত প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ, দুই পাইলট সন্ধানহীন
NORTHEAST

Arunachal Pradesh I অৰুণাচলত অনুশীলনৰ সময়ত প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ, দুই পাইলট সন্ধানহীন

by News Desk
March 16, 2023
51
Manik Saha takes oath I ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ
NORTHEAST

Manik Saha takes oath I ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ

by Staff Reporter
March 8, 2023
52
মোদী-শ্বাহৰ উপস্থিতিত উত্তৰ-পূবৰ দুই মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ
NORTHEAST

মোদী-শ্বাহৰ উপস্থিতিত উত্তৰ-পূবৰ দুই মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ

by News Desk
March 7, 2023
51
Tripura I মঞ্চ সাজু, পিছে ত্ৰিপুৰাত কোনে শপত লʼব?
NORTHEAST

Tripura I মঞ্চ সাজু, পিছে ত্ৰিপুৰাত কোনে শপত লʼব?

by News Desk
March 6, 2023
52
North-East I লক্ষ্য লোকসভা নিৰ্বাচন, উত্তৰ-পূবত তিনিদিন মোদী-শ্বাহ
NORTHEAST

North-East I লক্ষ্য লোকসভা নিৰ্বাচন, উত্তৰ-পূবত তিনিদিন মোদী-শ্বাহ

by News Desk
March 6, 2023
51
Nagaland Legislative Assembly I ইতিহাস গঢ়ি নাগালেণ্ডৰ প্ৰথম মহিলা বিধায়ক হ’ল হেকানি জাখালু
NORTHEAST

Nagaland Legislative Assembly I ইতিহাস গঢ়ি নাগালেণ্ডৰ প্ৰথম মহিলা বিধায়ক হ’ল হেকানি জাখালু

by News Desk
March 2, 2023
53
ADVERTISEMENT
Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী
National-International

Rahul Gandhi Defamation Case! ৰাহুলক লৈ উত্তপ্ত সমগ্ৰ দেশ, বাৰাণসীত ব্যস্ত মোডী

March 25, 2023
50
Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত
National-International

Ranveer-Deepika! অস্কাৰৰ পৰা উভতি অহাৰ পিছত কি হৈছে দীপিকা-ৰণবীৰৰ সুখৰ সংসাৰত

March 25, 2023
50
Rahul Gandhi joined an inglorious list of MPs and MLAs, including his grandmother , who faced similar action in the past:
Political

Rahul Gandhi joined an inglorious list of MPs and MLAs, including his grandmother , who faced similar action in the past:

March 24, 2023
52
Rongali Bihu I ৰঙালীৰ মঞ্চত শিল্পী সকলৰ মাননি কাৰ কিমান? জানো আহকঃ
Assam

Categories

ALL NEWS (17227) Assam (12440) BREAKING NEWS (6432) Business (27) Economy (63) Editorial (11) EDUCATION AND TECHNOLOGY (58) Entertainment (628) Entertrainment (298) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1848) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2462) Lifestyle (23) literature (16) National-International (5200) NORTHEAST (482) Novels (3) Photo (4) Poems (9) Political (101) Recipes (6) Sports News (370) Stories (8) Tech (10) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: