![]()
ASSAM TIMES POST
কলম্বোঃ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি হিচাপে দেওবাৰে নিৰ্বাচিত হয় প্ৰাক্তন প্ৰতিৰক্ষা সচিব গোটাবায়া ৰাজাপাকছা। দেশখনৰ নিৰ্বাচন আয়োগে এই কথা ঘোষণা কৰিছে। তেওঁ ৫২.২৫ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে প্ৰতিদ্বন্দ্বী তথা মন্ত্ৰী চাজিথ প্ৰেমাদাসাই ৪১.৯৯ শতাংশ ভোট লাভ কৰে।












