ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কেন্দ্ৰক গ্ৰীণ চিগনেল ছুপ্ৰিম ক’ৰ্টৰঃ শনিবাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ দেশজোৰা প্ৰতিবাদ

ASSAM TIMES POST by ASSAM TIMES POST
November 15, 2019
Reading Time: 1 min read
A A
0
কেন্দ্ৰক গ্ৰীণ চিগনেল ছুপ্ৰিম ক’ৰ্টৰঃ শনিবাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ দেশজোৰা প্ৰতিবাদ

logo atp 199x300 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

Passport row । পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

নতুন দিল্লীঃ ফ্ৰান্সৰপৰা ৰাফেল জেট ক্ৰয় সম্পৰ্কত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰখনক সৰ্বোচ্চ ন্যায়ালয়ে সেউজ সংকেত প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কৰা ‘চকীদাৰ চোৰ’ মন্তব্য সম্পৰ্কটো উচ্চতম ন্যায়ালয়ে তেওঁক সকীয়নি প্ৰদান কৰিছে যদিও আশ্বস্ত হ’ব পৰা নাই গেৰুৱা দলটো। মূলতঃ যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ৰাফেল কেলেংকাৰিৰ অভিযোগ উত্থাপন কৰি বৈতৰণী পাৰ হোৱাৰ অপচেষ্টা চলাইছিল বুলি এতিয়া মতপোষণ কৰিছে বিজেপিয়ে। সেয়ে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ অপপ্ৰচাৰৰ বিৰুদ্ধে শনিবাৰে দেশজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব দলটোৱে। জানিবপৰামতে, শনিবাৰে প্ৰতিখন ৰাজ্যৰ কংগ্ৰেছৰ সদৰত বিজেপিয়ে প্ৰতিবাদ কৰিব ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ মিথ্যাচাৰৰ বিৰুদ্ধে। দিল্লীস্থিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সদৰটো সেয়ে শনিবাৰে প্ৰতিবাদ কৰিব বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীয়ে।

Tags: Featured2
Share4Tweet3Send

Related Posts

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

by News Desk
June 25, 2026
50
Indian Passport : কোনখন দেশত পাছপোৰ্টৰ ব্যয় সৰ্বাধিক? ভাৰতত কিমান?
National-International

Passport row । পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া

by Staff Reporter
June 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

by Staff Reporter
June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

by Staff Reporter
June 25, 2026
50
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা
National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

by Staff Reporter
June 25, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

by News Desk
June 24, 2026
50
ADVERTISEMENT
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
50
Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ
NORTHEAST

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

June 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

June 25, 2026
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx