ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গুৱাহাটীৰ বেলতলাৰ ৰাজহংস শিশু বিদ্যালয়ত ব্যতিক্ৰমী কাৰ্যসূচীৰে শিশু দিৱস পালন

ASSAM TIMES POST by ASSAM TIMES POST
November 14, 2019
Reading Time: 1 min read
A A
0
গুৱাহাটীৰ বেলতলাৰ ৰাজহংস শিশু বিদ্যালয়ত ব্যতিক্ৰমী কাৰ্যসূচীৰে শিশু দিৱস পালন

RELATED POSTS

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

logo atp 199x300 | ASSAM TIMES POST ASSAM TIMES POST

গুৱাহাটী : সমগ্ৰ দেশৰ লগতে অসমতো আজি শিশু দিৱস উদ্যাপন কৰা হয়৷ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে গুৱাহাটী মহানগৰীৰ বেলতলাৰ ৰাজহংস শিশু বিদ্যালয়ত ব্যতিক্ৰমী কাৰ্যসূচীৰে শিশু দিৱস পালন কৰে৷ তদুপলক্ষে পুৱা গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ নিম, কৃষ্ণচূড়া আদি বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী সোণালী ভূঞাই এটা গছপুলি ৰোপণ কৰি এই কাৰ্যসূচী মুকলি কৰে৷

WhatsApp Image 2019 11 14 at 5.22.28 PM1 | ASSAM TIMES POST WhatsApp Image 2019 11 14 at 5.22.29 PM | ASSAM TIMES POST

উল্লেখ্য যে এই গছপুলি ৰোপণ কাৰ্যসূচী আত্মসহায়ক গোট বীৰাংগনা-২ৰ উদ্যোগত আয়োজন কৰা হৈছিল৷ ইয়াত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু বীৰাংগনা ২ৰ সদস্য- সদস্যাসকলে অংশগ্ৰহণ কৰি৷ এই কাৰ্যসূচীৰ পাছত অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভণিতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰে৷ আনহাতে সাংস্কৃতিক কাৰ্যসূচীত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি বড়ো, কাৰ্বি আদি বিভিন্ন নৃত্য আদিৰে উপস্থিত সকলোকে আপ্লুত কৰে৷ ইপিনে, নেচনেল কনষ্ট্ৰাকশ্বন ক’ৰপ’ৰেচন লিমিটেডৰ উদ্যোগত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয়৷ ইয়াতে প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্দ্ধনা জনায়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured2
Share5Tweet3Send

Related Posts

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

by News Desk
August 24, 2026
51
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

by News Desk
August 24, 2026
51
Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ
Assam

Assam cattle preservation act : বিশ্বনাথত আৰক্ষীৰ জালত অবৈধ গৰু সৰবৰাহকাৰী, ১০০ গৰুসহ ৩৬ জনক গ্ৰেপ্তাৰ

by News Desk
August 24, 2026
52
Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো
National-International

Maharashtra hospital fire: ভেন্টিলেটৰতে জ্বলিল ৩ নৱজাতক, আহত কেইবাজনো

by News Desk
August 24, 2026
51
CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ
National-International

CJP protest : কেন্দ্ৰই বিশ্বাসঘাতকতা কৰাৰ অভিযোগ তুলি পুনৰ যন্তৰ-মন্তৰ সদৃশ প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
August 24, 2026
51
Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন
National-International

Boarding pass : বিদেশ ভ্ৰমণৰ সময়ত বিমানবন্দৰৰ ইমিগ্ৰেছনত ব’ৰ্ডিং পাছত বৃহৎ পৰিৱৰ্তন

by News Desk
August 24, 2026
52
ADVERTISEMENT
Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba
Assam

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
51
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান
NORTHEAST

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026
52
Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ হেঁচাত নত শিৰ ৰাজস্থানৰ বিজেপি চৰকাৰৰ, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ১২,৫০০ কোটি অনুমোদন

August 24, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

Patharkandi Seizure : Drug Peddler Arrested with Rs 4 Crore Yaba

August 24, 2026
Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

Supreme Court Demands Fresh CBI Report in Arunachal CM Contracts Row

August 24, 2026
Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

Manipur violence : পুনৰ উত্তপ্ত মণিপুৰ; কুকি-নগাৰ সংঘৰ্ষত সেনাপতি জিলাত জ্বলিল ঘৰ, আহত অৰ্ধসামৰিক জোৱান

August 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d