দুই পাৰ্বত্য জিলা ক্ৰমে, পূৱ আৰু পশ্চিম কাৰ্বি আংলঙ (Karbi Along)ৰ দুৰ্গম অঞ্চল (Remote area) ক্ৰমে মাৰূপ, মুগাচং, দংহাপ, ইংলং কেজাই, চুপি কেল’পৰ ৰাইজৰ সৈতে (with the public) কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ CME ডঃ তুলিৰাম ৰংহাঙ (Tuliram Ranghang)ৰ ২০১৮-১৯ বৰ্ষত হৈ যোৱা মত-বিনিময় (exchange of views) সন্দৰ্ভত আজি ডিফু (Diphu)ৰ এক পৰ্যালোচনা সভা (Review Meeting) অনুষ্ঠিত হৈ যায় ।
মুখ্য কাৰ্য্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত অনুষ্ঠিত পৰ্যালোচনা বৈঠকখনত সাংসদ হৰেন সিং বে’, পৰিষদৰ উপাধ্যক্ষ অজিত কুমাৰ দে’, পৰিষদৰ কেইবাগৰাকী ইএম, এমএচি উপস্থিত থাকে ।
উক্ত বৈঠকত চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ অন্তিম তাৰিখত উল্লেখিত দুৰ্গম অঞ্চলৰ অনুষ্ঠিত হবলগীয়া মত-বিনিময় সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ।