ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Video News

অবিকল মানুহৰ দৰেই তিনিটা বান্দৰৰ পোৱালিয়ে অধ্যয়ন কৰি থকা ভিডিঅ’ ভাইৰেল:

নিউজ ডেস্কঃ

News Desk by News Desk
November 19, 2022
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

বয়সে হাৰ মনাব নোৱাৰা এজন ককা! এতিয়াও হাৰমনিয়াম বজাই গীত গায়

Karbi Anglong Police released video on Substance Abuse Awareness :

ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ল’ক ডাউন : ২৪মার্চ সন্ধিয়া ৬বজা পৰা ৩১মার্চ ৰাতি ১২বজালৈ বাহাল থাকিব লক ডাউন

সময়ৰ লগে লগে বৰ্তমানৰ প্ৰজন্ম প্ৰযুক্তিগতভাৱে অধিক উন্নত হৈছে। আৰু আধুনিক যুগত ইণ্টাৰনেটৰ (Internet) গুৰুত্ব আটাইতকৈ বেছি। আমি প্ৰতিদিনে নেটত নতুন নতুন ভিডিঅ’ চাওঁ। আজিকালি ৮ বছৰৰ পৰা ৮০ বছৰ বয়সলৈকে সকলোৰে হাতত এটা স্মাৰ্টফোন (smart phone) আছে। আৰু স্মাৰ্টফোন থকাৰ বাবে আমি এই সকলোবোৰ ভিডিঅ’ ইণ্টাৰনেটত চাব পাৰো। 

অবিকল মানুহৰ দৰেই তিনিটা বান্দৰ
Study of three monkey calves:

শেহতীয়াকৈ এনে এক ভিডিঅ’ ছচিয়েল মিডিয়াত (social media) ভাইৰেল (viral) হৈ পৰিছে, যিয়ে নেটিজেনসকলক স্তম্ভিত কৰি তুলিছে।প্ৰতিদিনে বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। কিন্তু শেহতীয়াকৈ নেটত তিনিটা বান্দৰৰ (monkey) পোৱালিৰ ভিডিঅ’ আপলোড হোৱাৰ লগে লগে নেটত আলোড়নৰ সৃষ্টি হৈছে।

ভাইৰেল হোৱা এটা ভিডিঅʼত এগৰাকী মহিলাই মানুহৰ সন্তানৰ দৰেই মাতৃসুলভ প্ৰেমেৰে তিনিটা বান্দৰৰ পোৱালিক ডাঙৰ-দীঘল কৰা দেখা গৈছে। কেৱল তেওঁ যত্ন লোৱাই নহয়, সেই তিনিটা বান্দৰৰ পোৱালিক পঢ়োৱাতো ব্যস্ত।

ভিডিঅʼটো ভালদৰে চালে দেখা যায় যে বান্দৰৰ পোৱালি তিনিটাৰ ভিতৰত দুটা মতা আৰু এটি মাইকী। মতা বান্দৰ দুটাই স্কুলৰ পেণ্ট-চাৰ্ট আৰু মাইকীজনীয়ে স্কাৰ্ট আৰু ব্লাউজ পিন্ধিছে। তিনিওটা বান্দৰে ফলি-পেঞ্চিল লৈ পঢ়ি আছে। আনকি মহিলাগৰাকীয়ে বান্দৰকেইটাক ডায়েপাৰ পিন্ধাই স্কুটিৰ পিছফালে বহুৱাই শিক্ষা কেন্দ্ৰলৈও লৈ যায়।

এই ভিডিঅ’টো ইউটিউবত ‘মলি বান্দৰ’ নামৰ এটা চেনেলে শ্বেয়াৰ কৰিছে। দীৰ্ঘদিন ধৰি মলি নামৰ মহিলাগৰাকীয়ে বান্দৰৰ পোৱালিৰে এটা পৰিয়াল ডাঙৰ-দীঘল কৰি আহিছে। তেওঁ অতি যত্নৰে বান্দৰৰ পোৱালিবোৰক ডাঙৰ-দীঘল কৰি আছে।

ইয়াৰ আগতে তেওঁৰ চেনেলটোৱে বিভিন্ন ধৰণৰ মিউজিক ভিডিঅ’ আপলোড কৰিছিল। কিন্তু এই ধেমেলীয়া ভিডিঅ’টো দেখি নেটিজেনসকল অতিশয় আনন্দিত হৈছে। চাৰি মাহ পূৰ্বে আপলোড কৰা এই ভিডিঅʼটোৰ বৰ্তমান ৫৮ লাখতকৈ অধিক দৰ্শক। এই আমোদজনক ভিডিঅ’টোৱে ছচিয়েল মিডিয়াত নিমিষতে সকলোৰে হৃদয় চুই গৈছে।

Tags: Study of three monkey calvesতিনিটা বান্দৰৰ পোৱালিয়ে অধ্যয়ন
Share4Tweet3Send

Related Posts

বয়সে হাৰ মনাব নোৱাৰা এজন ককা! এতিয়াও হাৰমনিয়াম বজাই গীত গায়
Video News

বয়সে হাৰ মনাব নোৱাৰা এজন ককা! এতিয়াও হাৰমনিয়াম বজাই গীত গায়

by News Desk
November 19, 2022
50
Karbi Anglong Police released video on Substance Abuse Awareness :
Video News

Karbi Anglong Police released video on Substance Abuse Awareness :

by ASSAM TIMES POST
July 10, 2020
50
ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ল’ক ডাউন : ২৪মার্চ সন্ধিয়া ৬বজা পৰা ৩১মার্চ ৰাতি ১২বজালৈ বাহাল থাকিব লক ডাউন
ALL NEWS

ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ল’ক ডাউন : ২৪মার্চ সন্ধিয়া ৬বজা পৰা ৩১মার্চ ৰাতি ১২বজালৈ বাহাল থাকিব লক ডাউন

by ASSAM TIMES POST
March 23, 2020
50
কিডনীত পাথৰ, খাদ্য নলীত ঘা আৰু গেষ্টিক আলচাৰ অখিল গগৈ: ৰহস্যজনক ভাৱে চিকিৎসালয়ত ভৰ্তি নকৰি কাৰাগাৰলৈ প্ৰেৰণ
ALL NEWS

কিডনীত পাথৰ, খাদ্য নলীত ঘা আৰু গেষ্টিক আলচাৰ অখিল গগৈ: ৰহস্যজনক ভাৱে চিকিৎসালয়ত ভৰ্তি নকৰি কাৰাগাৰলৈ প্ৰেৰণ

by ASSAM TIMES POST
March 6, 2020
50
এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ চানমাৰীৰ অৱস্থা
ALL NEWS

এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ চানমাৰীৰ অৱস্থা

by ASSAM TIMES POST
March 3, 2020
50
# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ  প্ৰহাৰত মৃতপ্ৰায় মাতৃ
ALL NEWS

অসম নাগালেণ্ড সীমান্ত পৰিদৰ্শন মন্ত্ৰী চুম ৰংহাঙৰ

by ASSAM TIMES POST
February 15, 2020
50
ADVERTISEMENT
Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক
National-International

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

March 14, 2026
50
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ
National-International

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

March 14, 2026
50
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক
National-International

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

March 14, 2026
50
Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত
National-International

Iran Air attack : ছৌদিৰ বিমান ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ ইৰাণৰ : পাঁচখন আমেৰিকান সামৰিক বিমান গুলীয়াই ভূপতিত

March 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

Middle East War : মূৰৰ ওপৰেৰে মুহূৰ্তে মুহূৰ্তে গৈছে মিছাইল : যুদ্ধৰ মাজতে হৰমুজত আবদ্ধ ভাৰতীয় নাবিক

March 14, 2026
Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

Iran war : তেল সন্দৰ্ভত ভাৰতৰ উদ্ধৃতি আমেৰিকাক আক্ৰমণ ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ

March 14, 2026
Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

Sonam Wangchuk : ছমাহৰ পিছত মুকলি কৰি দিলে লাডাখৰ পৰিৱেশ কৰ্মী সোণম ৱাংচুকক

March 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx