ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কিডনীত পাথৰ, খাদ্য নলীত ঘা আৰু গেষ্টিক আলচাৰ অখিল গগৈ: ৰহস্যজনক ভাৱে চিকিৎসালয়ত ভৰ্তি নকৰি কাৰাগাৰলৈ প্ৰেৰণ

ASSAM TIMES POST by ASSAM TIMES POST
March 6, 2020
Reading Time: 1 min read
A A
0
কিডনীত পাথৰ, খাদ্য নলীত ঘা আৰু গেষ্টিক আলচাৰ অখিল গগৈ: ৰহস্যজনক ভাৱে চিকিৎসালয়ত ভৰ্তি নকৰি কাৰাগাৰলৈ প্ৰেৰণ

RELATED POSTS

Dr. Prayas Singhal : ডাঃ প্ৰয়াস সিংঘালৰ মৃত্যুক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ দাবী

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

0 1 e1574345654996 6 1 1 | ASSAM TIMES POST ASSAM TIMES POST

নিউজ ডেস্ক

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিগত এক সপ্তাহ ধৰি গুৰুত্বৰভাৱে অসুস্থ হৈ থকা অখিল গগৈক স্বাস্থ্য পৰীক্ষা কৰা বাবে আজি অনা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।পুৱা ৯.৩০বজাত জেইল কতৃপক্ষই চিকিৎসাৰ বাবে গগৈক লৈ আনে হাস্পতাললৈ।উল্লেখ যে কাৰাগাৰৰ ভিতৰত পুনৰ গুৰুত্বৰভাৱে অসুস্থ হৈ পৰা বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গগৈক অনা হয় চিকিৎসাৰ বাবে।

Akhil Gogoi 1 | ASSAM TIMES POST

অসুস্থ কৃষক নেতা গৰাকীক চিকিৎসালয় লৈ অনা সময়ত সাক্ষাৎ কৰা বাবে চিকিৎসালয়ত উপস্থিত হয় শিল্পী মানস ৰবীন, স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈ, কৃষক মুক্তি সংগ্রাম সমিতি সভাপতি ভাস্ক’ডি শইকীয়াকে ধৰি অন্য সতীৰ্থ সকল সাক্ষাৎ বাবে উপস্থিত হয়।

কৃষক নেতা গৰাকীক সাক্ষাৎ কৰি শিল্পী মানস ৰবীনে কয় “গগৈ কিডনীত পাথৰ হোৱা ধৰা পৰিছে।চিটি স্কেন কৰিলে ধৰা পৰিব উপস্থিতি ধৰা পৰিব।যাৰ হয় কেৱল তেওঁ অনুভৱ কৰিব পাৰিব কিমান বিষ হয়”।ইয়াৰ উপৰিও কৃষক নেতা গৰাকী গেষ্টিক আলছাৰ আৰু স্বাস্থ্য নলীত ঘা লাগিছে।যাৰ বাবে খোৱা-বোৱাত গগৈ অসুবিধা হৈছে- শিল্পী মানস ৰবীনে কয়।

97889aa0 96f4 4b9b a9c2 34d4672913d3 | ASSAM TIMES POST

আনহাতে চিকিৎসালয় পৰা গুৰুত্বভাৱে অসুস্থ গগৈক পুনৰ প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ।তাতে ক্ষোভিত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি সদস্য সকল তথা ৰাজ্য সচেতন জনতা।তেওঁলোকৰ দাবী অখিল গগৈক ইমান গুৰুত্বভাৱে অসুস্থ পিছতো ভৰ্তি নকৰি লৈ যোৱাটো চৰকাৰে নিৰ্যাতন চলোৱা বুলিও গুৰুতৰ অভিযোগ উথাপন কৰিছে।উল্লেখ যে নিয়া আদালতে প্ৰয়োজন সাপেক্ষে উন্নত চিকিৎসালয়ত গগৈক চিকিৎসা কৰিবলৈ কালি নিৰ্দেশ দিছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Featured
Share7Tweet5Send

Related Posts

Dr. Prayas Singhal : ডাঃ প্ৰয়াস সিংঘালৰ মৃত্যুক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ দাবী
Guwahati

Dr. Prayas Singhal : ডাঃ প্ৰয়াস সিংঘালৰ মৃত্যুক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ দাবী

by News Desk
September 3, 2026
50
Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ
Assam

Raijor Dal-Congress : কংগ্ৰেছ–ৰাইজৰ দলৰ মিত্ৰতা ভংগ, পৰস্পৰক লৈ তীব্ৰ অভিযোগ

by News Desk
September 3, 2026
50
Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ
Assam

Raijor Dal : মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ পৰিপ্ৰেক্ষিত “ৰাইজৰ দল”ৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

by News Desk
September 3, 2026
50
BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত
Assam

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

by ASSAM TIMES POST
September 3, 2026
60
Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ
Guwahati

Sonapur toll gate : সোণাপুৰৰ নাজিৰাখাট টোলগেটত পুনৰ উত্তেজন, AJYCPৰ তীব্ৰ প্ৰতিবাদ

by News Desk
September 2, 2026
60
BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা
Assam

BREAKING : শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা

by News Desk
September 2, 2026
51
ADVERTISEMENT
Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে
National-International

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
50
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী
DIPHU

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
50
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ
National-International

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026
50
Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা
National-International

Andhra Temple Rituals : হাতত বিষাক্ত বৃশ্চিক লৈ পূজা, ভাৰতৰ কোন মন্দিৰত ভক্তৰ এই অদ্ভুত পৰম্পৰা

September 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

Maharashtra Lady Marathon : কন্যাৰ স্কুলৰ মাচুল দিব নোৱাৰি শাৰী পিন্ধি মাৰাথন দৌৰিলে ৰমাবায়ে

September 3, 2026
Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

Diphu anti-drugs campaign : নিচামুক্ত আৰু বাল্য বিবাহমুক্ত ভাৰত সন্দৰ্ভত সমন্বিত ডিফুত প্ৰচাৰ কাৰ্যসূচী

September 3, 2026
Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

Abhinandan Varthaman : অভিনন্দন বৰ্তমানক মনত আছেনে ? বৰ্তমান কি কৰি আছে তেওঁ

September 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d