ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

গোৰ্খা সকলৰ বিভিন্ন দাবীলৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক স্মাৰক পত্ৰ অৰ্পণ গোৰ্খা সংগঠনৰ

ASSAM TIMES POST by ASSAM TIMES POST
November 8, 2019
Reading Time: 1 min read
A A
0
# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ  প্ৰহাৰত মৃতপ্ৰায় মাতৃ

logo atp 199x300 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

ডিফু : কাৰবি আমলঙত গোৰ্খা সম্প্ৰদায়ৰ বিভিন্ন সমস্যাৱলীকলৈ আজি অসম গোৰ্খা সন্মিলন কাৰবি আংলং জিলা সমিতি আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কাৰবি আংলং জিলা সমিতিৰ হৈ যুৃটীয়াভাবে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুথ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সাক্ষাৎ কৰি জিলাখনত বসবাস কৰা গোৰ্খা সকলৰ বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ অৰ্পণ কৰে ৷

স্মাৰক পত্ত উল্লেখ থকা দাবী সমূহ ক্ৰমে এনআৰচি প্ৰক্ৰিয়াত গোৰ্খা সকলে স্বায়ত্ত শাসিত পৰিষদৰ এলেকাৰ সংযোগী নথি হিচাপে চৰকাৰী গাওঁবুঢ়া, গ্ৰেজিং পাৰমিট, মাটিৰ ৰাজহ জমা দিয়া ৰছিদ জমা দি এন আৰচিৰ পৰা কৰ্তন হোৱা লোকৰ মধ্যস্থতা কৰি এই সন্দৰ্ভত এনে লোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰবি আংলঙত গোৰ্খা সকলক স্থানীয় অনাকাৰবি ৰূপে গ্ৰহণ কৰিব লাগে, গোৰ্খা সকললৈ মাটিৰ পট্টা প্ৰদানৰ লগতে গোৰ্খা ভৱনৰ বাবে পূঁজী আবণ্টন কৰিব লাগে বুলি স্মাৰক পত্ৰখনৰ জৰিয়তে দাবী জনোৱা হয় ৷

স্মাৰক পত্ৰ অৰ্পণ পৰ্বত সদৌ অসম গোৰ্খা সন্মিলনৰ কাৰবি জিলা সমিতিৰ ক্ৰমে সভাপতি কৃষ্ণ শৰ্মা, উপসভাপতি ভৰত পাওডেল, সাধাৰণ সম্পাদক ৰাজু ভট্টৰায় আৰু সম্পাদক কৃষ্ণ ভট্টৰায়ৰ লগতে আগছুৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি সুৰজ ছেত্ৰী উপস্থিত আছিল ৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

ADVERTISEMENT
Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই
National-International

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
50
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক
National-International

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

June 29, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

June 29, 2026
Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT