ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পঞ্চায়তীৰাজ, কেবৰ বিৰোধিতা আৰু ২৪৪(ক) ৰূপায়ণক লৈ চিপিআই (এমএলৰ) প্ৰতিবাদী ধৰ্ণা

ASSAM TIMES POST by ASSAM TIMES POST
November 6, 2019
Reading Time: 1 min read
A A
0

ডিটেনছন কেম্পে অসমত মানৱাধিকাৰ উলংঘন কৰিছেঃ চিপি আইএমএল

RELATED POSTS

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

logo atp | ASSAM TIMES POSTASSAM TIMES POST

ডিফুঃ অসমত অবৈধ বাংলাদেশীক বন্দী কৰি ৰাখিবৰ বাবে ৰাজ্য চৰকাৰে স্থাপন কৰা ডিটেনছন কেম্প সমূহত বন্দীৰ কুৰিৰো অধিক নিৰীহৰ মৃত্যুৱে কেম্প সমূহ নৰকলৈ পৰ্যবসিত হোৱাৰ লগতে উচ্চ হাৰত মানৱাধিকাৰ উলংঘন হৈছে বুলি অভিযোগ কৰিছে চিপিআই(এমএল) হিলছ পাৰ্টীয়ে ৷

আজি ডিফু ছেমছনছিং মেম’ৰিয়েল পাৰ্কৰ সম্মূখত চিপিআই (এমএল) হিলছ পাৰ্টী আৰু ইয়াৰ ভাতৃ সংগঠন সমূহে বিভিন্ন দাবীলৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদ কাৰী সকলে ডিটেনছন কেম্প বন্ধ কৰক, নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিল কৰক, কাৰবি আংলঙ, ডিমা হাছাওত পঞ্চায়তী ৰাজ ব্যৱস্থা নচলিব, ষষ্ঠ অনুসূচীৰ ২৪৪(ক) ৰূপায়ণ কৰক অদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

চিপিআই (এম এল) হিলছ পাৰ্টীৰ সাধাৰণ সম্পাদক ৰবি কুমাৰ ফাংছ’ৱে কয় যে, অসমৰ ডিটেনছন কেম্প সমূহত ইতিমধ্যে ২৭ জন নিৰিহ লোকে বিদেশীৰ অপবাদলৈ মৃত্যু বৰণ কৰিব লগীয়া হোৱাটো ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷

আগন্তুক শীতকালীন অধিবেশনত কেন্দ্ৰীয় চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইনত পৰিণত কৰিবলৈ উঠি পৰি লাগিছে ইয়াৰ বাবে চিপিআই (এমএল)য়ে বিৰোধিতা কৰি যাব৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰীয়ে অসমত এনআৰচি সম্পূৰ্ণ নকৰাকৈ সমগ্ৰ দেশত এনআৰচি কৰিবলৈ প্ৰস্তুতি চলোৱা হাস্যকৰ বুলি মন্তব্য কৰে ৰবি কুমাৰ ফাংছ’ৱে৷

আনহাতে কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্ত কৰি ৰাজ্যৰ মৰ্যদা কাঢ়ি লোৱাৰ দৰে দুই পাৰ্বত্য জিলাৰ সংবিধান প্ৰদত্ত দাবী ২৪৪(ক)ৰ বিলুপ্ত ঘটাব বুলি চিপিআই (এম এল) হিলছ পাৰ্টীৰ সাধাৰণ সম্পাদক গৰাকীয়ে আশংকা প্ৰকাশ কৰিছে৷ আনহাতে ষষ্ঠ অনুসূচী এলেকাত ভিলেজ কাউঞ্চিল স্থাপনৰ বিপৰীতে ইয়াৰ সম্পূৰ্ণ অপৰিপন্থী পঞ্চায়তী ৰাজ পাৰ্বত্য জিলা দুখনত জাপি দিব বিচৰাটোও দূৰ্ঘোৰ অন্যায় বুলি অভিযোগ কৰে চিপিআই(এমএল)ৰ শীৰ্ষ নেতা গৰাকীয়ে৷

Tags: FeaturedFeatured2karbi anglong
Share7Tweet3Send

Related Posts

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police
Assam

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

by Staff Reporter
May 7, 2026
50
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

by Staff Reporter
May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

by News Desk
May 5, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

by Staff Reporter
May 5, 2026
50
ADVERTISEMENT
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ
National-International

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
50
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

May 8, 2026
50
Dhubri Police Constable I ধুবুৰীত আৰক্ষীৰ কনিষ্টবলক মাৰপিট: মূল অভিযুক্ত দুজনক গ্ৰেপ্তাৰ
National-International

‎অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ম্যানমাৰৰ নাগৰিকক সন্দেহজনক আফিং আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx