![]()
গুৱাহাটীৰ নুনমাটি তেল শোধানাগাৰ মহা প্ৰৱন্ধকক গ্ৰেপ্তাৰ।বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ নুনমাটি আৰক্ষী। উল্লেখ্য যে চাকৰি আৰু ঠিকা দিয়াৰ প্ৰলোভনেৰে ধন লুটৰ গুৰুত্ব অভিযোগত গ্ৰেপ্তাৰ মহা প্ৰৱন্ধক গৰাকীক।
মহিলা নামত ধৃত প্ৰৱন্ধক জনে চলাই আহিছিল এটা ই- মেইল।অভিযোগ মতে উক্ত মেইনৰ জৰিয়তে দুৰ্নীতি ভ্ৰষ্টাচাৰ চলাই আহিছিল প্ৰৱন্ধকজনে।সম্পত্তি নুনমাটি আৰক্ষীৰ জিম্মাত আছে প্ৰৱন্ধক গৰাকী।













